নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

পাৰমাণৱিক পৰীক্ষণ আৰম্ভ কৰিব আমেৰিকাই, মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ সদম্ভে ঘোষণা

ডিজিটেল ডেস্ক, ২ নৱেম্বৰ : আমেৰিকা যুক্তৰাষ্ট্রই পুনৰ আৰম্ভ কৰিব পাৰমাণৱিক পৰীক্ষণ৷ এয়াৰফ’ৰ্চ ৱানত সাংবাদিকৰ আগত সদম্ভে ঘোষণা কৰে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ কিছুদিন পূর্বে মার্কিন ৰাষ্ট্রপতি ট্রাম্পে পেণ্টাগনক সামৰিক পৰীক্ষণ…

টি-২০ৰ পৰা অৱসৰ ঘোষণা নিউজিলেণ্ডৰ তাৰকা ক্ৰিকেটাৰ কেন উইলিয়ামছনৰ

নিউজ ডেস্ক, ২ নৱেম্বৰ : এটা গৌৰৱময় অধ্যায়ৰ আৱেগিক বিদায়! নিউজিলেণ্ডৰ তাৰকা ক্ৰিকেটাৰ কেন উইলিয়ামছনে টি-২০ আন্তৰ্জাতিকৰ পৰা অৱসৰ ঘোষণা কৰিছে। ৩৫ বছৰীয়া এইগৰাকী খেলুৱৈ, যি বিশ্ব ক্ৰিকেটত সৰ্বাধিক শান্ত আৰু সন্মানীয় ব্যক্তিত্বসমূহৰ এজন,…

মেক্সিকোৰ ছুপাৰ মাৰ্কেটত ভয়ংকৰ বিস্ফোৰণ, শিশুসহ নিহত ২৩

ডিজিটেল ডেস্ক, ২ নৱেম্বৰ : মেক্সিকোৰ এখন ছুপাৰ মাৰ্কেটত এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনাত ২৩জনৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। মৃত ২৩জনৰ ভিতৰত বহুকেইটি শিশুও আছে। আহত হৈছে আৰু ১১জন। কি কাৰণত এই বিস্ফোৰণটো সংঘটিত হ'ল, সেয়া এতিয়াও জনা হোৱা নাই। ইতিমধ্যে…

শিৱসাগৰত জুবিন গাৰ্গৰ ওপজা দিনতেই প্ৰতিমূৰ্তিস্থলীত ভূমি পূজন

নিয়মীয়া বাৰ্তা, শিৱসাগৰ, ২ নৱেম্বৰ : শিৱসাগৰ প্ৰেছ ক্লাবত কালি বিয়লি ৩ বজাত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন আৰু স্মৃতিৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। স্মৃতিৰক্ষা সমিতিৰ সভাপতি ড০ উৎপল দত্তৰ সঞ্চালনাত অনুষ্ঠিত এই সভাৰ…

এদিনীয়া বিশ্বকাপত চেম্পিয়ন হ’লেই ভাৰতীয় মহিলা দললৈ লোভনীয় পুৰস্কাৰ, ঘোষণা বিচিচিআইৰ

ডিজিটেল ডেস্ক, ২ নৱেম্বৰ : ইতিহাস গঢ়াৰ দুৱাৰডলিত ভাৰতীয় মহিলা ক্রিকেট দলটো৷ আজি নৱী মুম্বাইত অনুষ্ঠিত আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ খিতাপ যুঁজৰ মেচখনত মেচখনত ঘৰুৱা দল ভাৰতৰ প্রতিদ্বন্দ্বী হ’ব দক্ষিণ আফ্রিকা৷ প্রটিয়াজ বাহিনীক পৰাস্ত কৰিব…

মহিলা এদিনীয়া বিশ্বকাপৰ আজি ফাইনেল, ইতিহাস ৰচাৰ সন্ধিক্ষণত ভাৰত-দক্ষিণ আফ্রিকা

🔹 নতুন চেম্পিয়নক আদৰিবলৈ সাজু বিশ্ববাসী ডিজিটেল ডেস্ক, ২ নৱেম্বৰ : মাজতে মাথোঁ কেইটামান ঘণ্টা৷ নতুন চেম্পিয়নক আদৰিবলৈ সাজু হৈছে বিশ্ববাসী৷ প্রায় এমাহ ধৰি চলা আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ ফাইনেল মেচখন আজি নৱী মুম্বাইৰ ডি ৱাই পাটিল…

নগাঁৱৰ এখন গাঁৱৰ বাসিন্দা চলিছে এটা কিডনীৰে…

🔹 মাদকদ্রব্য সেৱন কৰি কোঙা হোৱাৰ পৰিণতি 🔹 দালাল চক্রই ফুচুলাই কলকাতালৈ নি বিক্রী কৰিছে অংগ 🔹 ধন শেষ হ’লে বেচে পত্নীৰো কিডনী 🔹 নগাঁও জিলা প্রশাসনে অদ্যাপি দিয়া নাই গুৰুত্ব বিশেষ বার্তা, নগাঁও, ২ নৱেম্বৰ : নগাঁও চহৰৰ সমীপৰ হুজ…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ২ নৱেম্বৰ, কাতি মাহৰ ১৫ তাৰিখ দেওবাৰ : তিথি–শুক্লা একাদশী, নক্ষত্র : পূর্বভাদ্রপদ, যাত্রা : নাই মেষ : আর্থিক দিশত মজলীয়া ফল পাব৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত গুৰুতৰ একো সিদ্ধান্ত নোলোৱাই ভাল৷ বিদ্যার্থীসকলৰ বাবে শুভ…

দিল্লীৰ নাম সলনি কৰি কৰা হওক ইন্দ্ৰপ্ৰস্থ— অমিত শ্বাহলৈ পত্ৰ BJP সাংসদৰ

ৰাজধানী দিল্লীৰ নাম সলনি কৰি ইন্দ্ৰপ্ৰস্থ নামকৰণ কৰিবলৈ দাবী জনাইছে চান্দনী চকৰ সাংসদ প্ৰবীণ খাণ্ডেলৱালে। সাংসদজনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ পঠিয়াই কৈছে— দিল্লীৰ ইতিহাস হাজাৰ হাজাৰ বছৰ পুৰণি আৰু এই মাটিতেই মহাভাৰত কালত…

বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ছাত্ৰ

বজালীৰ বেলনাত আজি সংঘটিত হয় এটা হৃদয়বিদাৰক পথ দুৰ্ঘটনা। ঘটনাস্থলীতেই ১৩ বছৰীয়া ছাত্ৰ সুমন তালুকদাৰৰ মর্মান্তিক মৃত্যু হয়। প্ৰত্য়ক্ষদৰ্শীৰ বৰ্ণনা অনুসৰি, দুৰ্ঘটনাটো সংঘটিত কৰে টেক্টৰ চালক সত্যজিৎ কলিতাই, আৰু ঘটনাৰ পাছতেই চালকজনে সেই স্থানৰ…