“গুডবাই, কিন্তু এইটো শেষ নহয়…” ইনষ্টাগ্ৰামত আৱেগিক পোষ্টেৰে অৱসৰ ঘোষণা ৰোহন বোপান্নাৰ
ভাৰতৰ দিগ্গজ টেনিছ খেলুৱৈ ৰোহন বোপান্নাই তেওঁৰ ২২ বছৰীয়া দীঘল টেনিছ জীৱনযাত্ৰাৰ ইতি ঘটাইছে। ৪৫ বছৰ বয়সীয়া বোপন্নাই পেৰিছ মাষ্টাৰ্ছ ১০০০ টুৰ্ণামেণ্টত নিজৰ শেষ মেচখন খেলি আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে।
এই বছৰে বোপান্নাই গ্ৰেণ্ড শ্লেম খিতাপ…