শাপমুক্তি ভাৰতৰ : হৰমনপ্ৰীতৰ নেতৃত্বত এদিনীয়া বিশ্বকাপৰ চেম্পিয়ন ভাৰত
ক্ৰিকেটৰ বৰ্ণময় ইতিহাসত ভাৰতীয় মহিলা দলে লিখিলে নিজৰ নাম। বছৰ বছৰজোৰা অপেক্ষা, আশা--আকাংক্ষাৰ ওৰ পেলালে হৰমনপ্ৰীত বাহিনীয়ে। ১৪০ কোটি ভাৰতীয় মুখত মুকুট জয়ৰ আকাংক্ষাক সাকাৰ কৰি ২০২৫ৰ এদিনীয়া বিশ্বকাপৰ ট্ৰফী দখল কৰিলে ভাৰতীয় মহিলা দলে। দুবাৰকৈ…