GMCH-ত মৰণোত্তৰ দেহদান প্ৰয়াত হেমেন্দ্ৰ কুমাৰ বৰুৱাৰ
গুৱাহাটী মহানগৰীৰ বেলতলা সৌৰভ নগৰৰ বিশিষ্ট নাগৰিক অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ অৱসৰী অধীক্ষক অভিযন্তা হেমেন্দ্ৰ কুমাৰ বৰুৱাৰ আজি পুৱা জীৱনাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ।
আজি দিনৰ ভাগত তেওঁৰ শেষ ইচ্ছা অনুসৰি তেওঁৰ মৰণোত্তৰ দেহ…