প্ৰতীক্ষাৰ অন্তঃ মুক্তি পালে জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’
দীর্ঘ প্ৰতীক্ষাৰ অন্তত জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ আজি পুৱতি নিশাৰে পৰা ৰাজ্যজুৰি মুক্তি লাভ কৰিছে।
গুৱাহাটী বেলতলাৰ মেট্ৰিক্স ছবিগৃহত পুৱা ৪ বজাৰ ২৫ মিনিটত আৰম্ভ হয় প্ৰথম দৰ্শনী, যি জুবিন অনুৰাগীৰ বাবে এক অনুভৱনীয় মুহূৰ্ত।…