নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

দেৰগাঁৱৰ আঁহতগুৰিত অঘটন, ব্ৰহ্মপুত্ৰ-ত সন্ধানহীন যুৱক

দেৰগাঁৱৰ সমীপৱৰ্তী আঁহতগুৰিৰ মাজৰ চাপৰিত এক অঘটন সংঘটিত হৈছে। আঁহতগুৰিত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হৈছে এজন যুৱক। ব্ৰহ্মপুত্ৰৰ সুঁতিত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰে যুৱকজন। যুৱকজন মাজচাপৰি নিৱাসী ভোলা শইকীয়াৰ পুত্ৰ পুলক…

বিজনীত গৰুভৰ্তি বাহন জব্দ ৰাষ্ট্ৰীয় বজৰংগ দলৰ : আটক তিনি

নিয়মীয়া বাৰ্তা, বিজনী, ১০ অক্টোবৰ : চিৰাং জিলাৰ বিজনীৰ কুকলুং পথৰ ফৰেষ্ট গেটৰ ওচৰত আজি পুৱা প্ৰায় ৪ বজাত ৰাষ্ট্ৰীয় বজৰংগ দলৰ সদস্যসকলে এক অভিযান চলাই অবৈধ গৰুভৰ্তি এখন এচি গোল্ড গাড়ী জব্দ কৰে । জব্দ কৰা গাড়ীখনৰ নম্বৰ AS-26AC-3029 ।…

হাটশিঙিমাৰীত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান, ৪জনক উদ্ধাৰ

জিলা প্ৰশাসনৰ উদ্যোগত শিশু শ্ৰমিকৰ বিৰুদ্ধে চলোৱা অভিযান-ত ৪জনকৈ শিশু শ্ৰমিক উদ্ধাৰ কৰা হয়। উল্লেখ্য যে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন ঠাইত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ নিৰ্দেশমৰ্মে  শিশু শ্ৰমিকৰ বিৰুদ্ধে 'কাৰ ৱাস চেন্টা'ৰ লগতে…

জুবিনৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা-পৰেশ বৈশ্যক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক, ১০ অক্টোবৰ : গ্ৰেপ্তাৰ হ'ল জুবিন গাৰ্গৰ দুই দেহৰক্ষী। কিছু সময় পূৰ্বে গ্ৰেপ্তাৰ কৰে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক। উল্লেখ্য যে আজি চতুৰ্থ দিনৰ বাবে জেৰাৰ সন্মুখীন হৈছিল দুয়ো। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছত…

ধেমাজি-ৰ গাইনদীৰ ৰেল দলঙৰ সমীপত যুৱতীৰ মৃতদেহ উদ্ধাৰ

ধেমাজি গাইনদীৰ ৰেল দলঙৰ সমীপত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। যুৱতীগৰাকীৰ পৰা পোৱা আধাৰ কাৰ্ডৰ পৰা তথ্য মতে যুৱতীগৰাকীৰ নাম জ্যোতিকা কলিতা। যুৱতীগৰাকীৰ ঘৰ জামুগুৰি পাঁচআলিৰ শিলআলি মাজগাঁৱত। যুৱতীগৰাকীক কোনো লোকে হত্যা কৰি…

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা দ খাৱৈত বাগৰিল মালবাহী ট্ৰাক, চালক আহত

ডবকাৰ শালবাগানত ৩৬নং ৰাষ্ট্ৰীয় পথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা দ খাৱৈত বাগৰি পৰিল এখন মালবাহী ট্ৰাক ফলত গুৰুতৰভাৱে আহত হয় গাড়ীখনৰ চালক স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে চালকজনক উদ্ধাৰ কৰি ডবকা…

গোলকীয় উষ্ণতাৰ ভয়াৱহতা

একবিংশ শতিকাৰ তৃতীয় দশকত মানৱসৃষ্ট কাৰণৰ বাবেই গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তন মানৱ জাতিৰ বাবে প্রত্যাহ্বান হৈ পৰিছে৷ গোলকীয় উষ্ণতা নিয়ন্ত্রণ কিম্বা গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে মোকাবিলা কৰিব নোৱাৰিব৷ পৃথিৱীৰ বাবে অশনি সংকেত হৈ পৰিব৷…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি  ১০ অক্টোবৰ, আহিন মাহৰ ২৩ তাৰিখ শুকুৰবাৰ : তিথি–কৃষ্ণ চতুর্থী, নক্ষত্র : কৃত্তিকা, যাত্রা : নাই মেষ : আজি আপুনি কোনো সিদ্ধান্ত লোৱাৰ আগতে ভালকৈ ল’ব৷ কাৰণ এই সিদ্ধান্তই আপোনাৰ বিপদ মাতিব পাৰে৷ আর্থিকভাৱে ভাল৷ শুভ…

কোকৰাঝাৰত ৪০ পাৰিষদৰ ভিতৰত ৩৭গৰাকীয়ে ল’লে শপত : ত্ৰিদীপ দৈমাৰী অধ্যক্ষ নিৰ্বাচিত

🔹 ভংগ হ'ল ভিচিডিচি, টিচিএলচিচি, ব'ৰ্ড, নিকায়-নিগম  ষ্টাফ ৰিপৰ্টাৰ, কোকৰাঝাৰ,  ৯ অক্টোবৰ : বিটিচিৰ নৱনিৰ্বাচিত ৪০গৰাকী পাৰিষদৰ ভিতৰত আজি ৩৭গৰাকী পাৰিষদে আনুষ্ঠানিকভাৱে পাৰিষদ হিচাপে শপতগ্ৰহণ কৰে ৷ কোকৰাঝাৰৰ বডোফা নগৰৰ বিটিচি বিধান পৰিষদীয়…

GU-ৰ উপাচাৰ্য ননীগোপাল মহন্তৰ পদত্যাগ দাবী AJYCP-ৰ

অসম জাতীয়তাবাদী যুৱ পৰিষদে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক-পত্ৰ মৰ্মে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্তৰ পদত্যাগৰ দাবী জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাসকলে। বিশ্ববিদ্যালয়খনৰ…