ছাত্ৰীক যৌ*ন নিৰ্যাতনকাৰী মেজিক চালকক গ্ৰেপ্তাৰৰ দাবীত থানা ঘেৰাও, উত্তপ্ত মৰিয়নি
মৰিয়নি থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি।
ছাত্ৰীক যৌন নিৰ্যাতনকাৰী মেজিক চালকক গ্ৰেপ্তাৰৰ দাবীত থানা ঘেৰাও ৰাইজৰ।
বিদ্যালয়লৈ অহা এগৰাকী ছাত্ৰীক চলন্ত অৱস্থাতে যৌন নিৰ্যাতন চলাইছিল মেজিক চালকে।
ঘটনাৰ তিনি দিন উকলি যোৱা পাছতো…