নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

হিন্দু নাবালিকাৰে অপকৰ্ম মুছলমান যুৱকৰ : গৰৈমাৰী থানাত এজাহাৰ

নিয়মীয়া বাৰ্তা, গৰৈমাৰী, ৯ অক্টোবৰ : কামৰূপ জিলাৰ ছমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত আলিকাষ গাঁৱত সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা। এগৰাকী হিন্দু নাবালিকা মুছলমান যুৱকৰ কামনাৰ বলি হ'ব লগা হৈছে। ইতিমধ্যে ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে গৰৈমাৰী…

দহিকটা সংৰক্ষিত বনাঞ্চলৰ বেদখলকাৰীলৈ উচ্ছেদৰ  জাননী : ৩০ দিনৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ

বাৰ্তা ব্যুৰ', গোৱালপাৰা, ৯ অক্টোবৰ : অৱশেষত বহু আকাংক্ষিত গোৱালপাৰা জিলাৰ  দহিকটা সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলকাৰীলৈ উচ্ছেদৰ জাননী জাৰি কৰিছে গোৱালপাৰা বন বিভাগে। গোৱালপাৰা জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীসূৰ্য পাহাৰৰ পশ্চিম-উত্তৰ দিশৰ লগতে…

কাৰাগাৰ-তে ট্ৰেডিং কেলেংকাৰিৰ খলনায়ক দীপাংকৰক ছুৰিকাঘাত

আজি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ-ৰ ভিতৰত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। এই ঘটনাত ট্ৰেডিং কেলেংকাৰিৰ খলনায়ক দীপাংকৰ বৰ্মনক কাৰাগাৰৰ ভিতৰতে ছুৰিকাঘাত কৰে আন এগৰাকী কয়দীয়ে। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰতে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো। উল্লেখ্য যে …

বিজেপি এৰিলে জ্যেষ্ঠ নেতা ৰাজেন গোহাঁয়ে

ডিজিটেল ডেস্ক, ৯ অক্টোবৰ : বিজেপি নেতা ৰাজেন গোহাঁইৰ পদত্যাগ। জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁয়ে আজি বাজপেয়ী ভৱনলৈ আহি দলত্যাগ কৰে। বিজেপি দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে। উল্লেখ্য যে বিজেপিৰ…

ষ্টাফ ছিলেকচন কমিছনত ৯,৩৬৩টা কনিষ্টবলৰ চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২১ অক্টোবৰ ষ্টাফ ছিলেকচন কমিছনৰ অধীনত ৯ সহস্রাধিক পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

ঠেলামৰাত সক্ৰিয় গুলীসহ পিষ্টল উদ্ধাৰ, এজনক গ্ৰেপ্তাৰ

বিশেষ বাৰ্তা, ঢেকীয়াজুলি, ৯ অক্টোবৰ : শোণিতপুৰ জিলাৰ ঠেলামৰাত সক্ৰিয়  গুলীসহ এটা পিষ্টল উদ্ধাৰ কৰাৰ লগতে এজন লোকক ঠেলামৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি, ঠেলামৰা থানাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ…

চাংসাৰিৰ মদনপুৰত যাত্ৰীবাহী বাছ জ্বলি ছাৰখাৰ, কথমপি প্ৰাণৰক্ষা ৬০গৰাকী যাত্ৰীৰ

ডিজিটেল ডেস্ক, ৯ অক্টোবৰ : চাংসাৰিৰ মদনপুৰ টোলগেটত আজি পুৱা এক অঘটন সংঘটিত হয়। দাওদাওকৈ জ্বলি উঠে ৰাধাকৃষ্ণ নামৰ এখন আল্ট্ৰা বাছ। জুবিনৰ সমাধি ক্ষেত্ৰলৈ যাত্ৰী কঢ়িওৱা বাহনখন জ্বলি ছাৰখাৰ হয়। জানিব পৰা মতে, মঙলদৈ ডাঁহীৰ পৰা সোণাপুৰলৈ বুলি…

জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই স্থগিত যৌৱনে আমনি কৰে-২ৰ শুভমুক্তি

লক্ষ্মী নাৰায়ণ ফিল্মচে সামাজিক মাধ্যমযোগে সদৰী কৰে যে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই আৰু বৰ্তমানৰ পৰিস্থিতি বিবেচনা কৰি কাইলৈ মুক্তি পাব লগা নতুন অসমীয়া চলচ্চিত্র “যৌৱনে আমনি কৰে ২”ৰ মুক্তি সাময়িকভাৱে স্থগিত কৰা হৈছে। লক্ষ্মী নাৰায়ণ…

ফাইনেলৰ টিকটৰ মূল্য ৬ লাখ, ধনাঢ্যৰ বাবেহে আমেৰিকা-ত ফুটবল বিশ্বকাপ

অন্তিমবাৰৰ বাবে আমেৰিকাত অনুষ্ঠিত বিশ্বকাপ ফুটবলৰ গ্রুপ পর্যায়ত টিকটৰ দাম আছিল ২৫ ডলাৰ৷ ফাইনেলৰ টিকটৰ সর্বাধিক দাম আছিল ৪২৫ ডলাৰ৷ ত্রিশ বছৰৰ পাছত ফিফা বিশ্বকাপ ফুটবল পুনৰ আমেৰিকালৈ ঘূৰি অহাৰ পিছত ছবিখন সম্পূর্ণ বেলেগ৷ পৰৱর্তী বিশ্বকাপৰ…

ছাত্ৰীক যৌ*ন নিৰ্যাতনকাৰী মেজিক চালকক গ্ৰেপ্তাৰৰ দাবীত থানা ঘেৰাও, উত্তপ্ত মৰিয়নি

মৰিয়নি থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি। ছাত্ৰীক যৌন নিৰ্যাতনকাৰী মেজিক চালকক গ্ৰেপ্তাৰৰ দাবীত থানা ঘেৰাও ৰাইজৰ। বিদ্যালয়লৈ অহা এগৰাকী ছাত্ৰীক চলন্ত অৱস্থাতে যৌন নিৰ্যাতন চলাইছিল মেজিক চালকে। ঘটনাৰ তিনি দিন উকলি যোৱা পাছতো…