কলগাছিয়াত ৰাইজৰ ৰোষত ড্ৰাগছ আসক্ত যুৱক
কলগাছিয়াৰ বলাইপাথাৰত ৰাইজৰ ৰোষত ড্ৰাগছ আসক্ত যুৱক। ৰাইজে ড্ৰাগছসহ আটক কৰি গতালে কলগাছিয়া আৰক্ষীক। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বলাইপাথাৰ গাঁৱত ড্ৰাগছসহ হাতে লোটে আটক কৰা হয় বলাইপাথাৰ গাঁৱৰ যুৱক শৰিফুল ইছলামক।
উল্লেখ্য যে বলাইপাথাৰ গাঁৱৰ…