নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

নগৰবেৰাত দুই সন্তানৰ মাতৃৰ ৰহস্যজনক মৃত্যু

🔹 যৌতুকজনিত কাৰণত হ*ত্যাৰ অভিযোগ পিতৃ পৰিয়ালৰ  নিয়মীয়া বাৰ্তা, ১০ জুলাই : নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ভখুৰাদিয়া মহিশখুঁটিত দুই সন্তানৰ মাতৃৰ ৰহস্যজনক মৃত্যু। স্বামী পৰিয়ালৰ বিৰুদ্ধে উত্থাপন হৈছে হ*ত্যাৰ অভিযোগ। মহিলাগৰাকীক হ*ত্যা কৰি চৰম…

লাহৰীঘাটত বাল্য বিবাহত জড়িত দুই পঞ্চায়ত সদস্যৰ পদ খাৰিজ

নিয়মীয়া বাৰ্তা, ১০ জুলাই : লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত দলৈগাঁও গাঁও পঞ্চায়তৰ ৫নং ৱাৰ্ডৰ নিৰ্বাচিত সদস্য শ্বৰিফুল ইছলাম আৰু ৭নং ৱাৰ্ডৰ নিৰ্বাচিত সদস্যা ছামচুন নেহাৰৰ সদস্য পদ খাৰিজ । লাহৰীঘাট সম-জিলাৰ কাৰ্যবাহী দণ্ডাধীশ প্ৰমোদ শৰ্মাৰ…

আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২০ জুলাই আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনত খালী হোৱা কেইটামান পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

কেৰিয়াৰশ্রেষ্ঠ ষষ্ঠ স্থানলৈ উন্নীত শুভমন গিল

🔹 আইচিচি টেষ্ট ৰেংকিঙত ৰুটক আঁতৰাই শীর্ষস্থানত হেৰী ব্রুক নিউজ ডেস্ক, ১০ জুলাই : ভাৰতীয় টেষ্ট দলৰ অধিনায়ক শুভমন গিলে আইচিচি টেষ্ট ৰেংকিঙৰ বেটাৰ শাখাত কেৰিয়াৰশ্রেষ্ঠ ষষ্ঠ স্থানটো দখল কৰিছে৷ বার্মিংহাম টেষ্টৰ প্রথম ইনিংছত ২৬৯ আৰু দ্বিতীয়…

গগনযান প্রপালছন ছিষ্টেমৰ সফল পৰীক্ষণ

🔹 ইছৰোৰ পৰৱর্তী মহাকাশ অভিযানৰ প্রস্তুতি নিউজ ডেস্ক, ১০ জুলাই : গগনযান ছার্ভিচ মডুল প্রপালছন ছিষ্টেম (এছএমপিএছ)ৰ হ্রস্ব সময়ৰ দুটাকৈ হট পৰীক্ষণ সফলতাৰে সম্পন্ন কৰিলে ইছৰোৱে৷ মহেন্দ্রগিৰিৰ ইছৰো প্রপালছন কমপ্লেক্সত কালি এই হট পৰীক্ষণ সফলতাৰে…

গুৱাহাটী উচ্চ ন্যায়ালয়ত ৩৬৭টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩১ জুলাই গুৱাহাটী উচ্চ ন্যায়ালয়ত খালী হোৱা জুনিয়ৰ এডমিনিষ্ট্রেটিভ এছিছটেণ্ট পদত প্রার্থী নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে৷

ভাৰতত আক্রমণ চলাবলৈ সাজু ১০ হাজাৰ আত্মঘাতী বোমাৰু

🔹 মিছাইলৰ আঘাততো সেও মনা নাই জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰে নিউজ ডেস্ক, ১০ জুলাই : ভাৰতৰ অপাৰেচন সিন্দূৰৰ মিছাইলৰ আঘাতত জইছ–ই–মহম্মদৰ মূল ঘাটি তচনচ হ’লেও সেও মনা নাই ম’ষ্ট ৱাণ্টেড সন্ত্রাসবাদী মাছুদ আজহাৰে৷ নিষিদ্ধ সন্ত্রাসবাদী…

লর্ডছত ইংৰাজৰ প্রত্যাহ্বান গ্রহণৰ বাবে সাজু গিল বাহিনী

🔹 আজিৰে পৰা তৃতীয় টেষ্ট : সালসলনি ঘটিব ভাৰতীয় দলত নিউজ ডেস্ক, ১০ জুলাই : হেডিংলেত পৰাজয় আৰু বার্মিংহামত ঐতিহাসিক জয়৷ ঘৰুৱা দল ইংলেণ্ডৰ বিৰুদ্ধে খেলি থকা এণ্ডাৰছন-তেণ্ডুলকাৰ ট্রফী পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটোত ১–১ত সমতা স্থাপন ভাৰতৰ৷…

অগ্নিগর্ভ কেনিয়া

চৰকাৰবিৰোধী বিক্ষোভত উত্তাল কেনিয়া৷ দীর্ঘদিন ধৰি আফ্রিকান দেশখনৰ জনতা চৰকাৰৰ স্বৈৰাচাৰী নীতিত বিতুষ্ট৷ ৰাষ্ট্রপতি উইলিয়াম ৰুটোৰ পদত্যাগৰ দাবীত যোৱা জুন মাহতো দেশজুৰি বিক্ষোভ প্রদর্শন কৰিছিল প্রতিবাদী জনতাই৷ ৭ জুলাইত বিক্ষোভে ভয়াৱহ ৰূপ ধাৰণ…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ১০ জুলাই, আহাৰ মাহৰ ২৫ তাৰিখ বৃহস্পতিবাৰ : তিথি–শুক্লা পূর্ণিমা, নক্ষত্র : মূলা, যাত্রা : নাই মেষ : শুভ ৰং বগা, সংখ্যা ৩। প্রাকৃতিক দুর্যোগত ক্ষতি হ’ব পাৰে৷ যিকোনো কাম কৰিলে সফল হ’ব৷ ব্যৱসায়ত ভাল ফল পাব৷ প্রতিকাৰ–…