নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

গুৰুগ্রামত ৰাজ্যিক পর্যায়ৰ টেনিছ খেলুৱৈক গুলীয়াই হ*ত্যা পিতৃৰ

নিউজ ডেস্ক, ১১ জুলাই : গুৰুগ্রামত ৰাজ্যিক পর্যায়ৰ টেনিছ খেলুৱৈ ২৫ বছৰীয়া ৰাধিকা যাদৱক নিজৰ পিতৃয়ে বাসগৃহত গুলীয়াই হ*ত্যা কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ গুৰুগ্রামৰ ছেক্টৰ ৫৭ত অৱস্থিত বাসগৃহৰ প্রথম মহলাত কালি পুৱা প্রায় ১০.৩০ বজাত ৰাধিকা…

লর্ডছত প্রথম দিনা ইংলেণ্ডৰ সংগ্রহ ২৫১/৪

🔹 ৰুটৰ অপৰাজিত ৯৯ ৰান : নীতিশ কুমাৰৰ দুটা উইকেট নিউজ ডেস্ক, ১১ জুলাই : লর্ডছত টীম ইণ্ডিয়াৰ বিপক্ষে কালিৰে পৰা আৰম্ভ হোৱা শৃংখলাৰ তৃতীয়খন টেষ্টত ঘৰুৱা দল ইংলেণ্ডে সুবিধাজনক স্থিতিত উপনীত হৈছে৷ টছত জয়লাভ কৰি প্রথমে বেটিং কৰিবলৈ আহি ইংৰাজ…

১ নৱেম্বৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষার্থীয়ে মাহিলি লাভ কৰিব ৩০০ টকাকৈ

🔹 ৪ ঘণ্টাতকৈ অধিক সময় মৃতদেহ ৰাখিলেই নার্ছিং হোমৰ অনুজ্ঞাপত্র বাতিল–জৰিমনা 🔹 ৰাজ্যিক কেবিনেটত গ্রহণ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত বিশেষ বাৰ্তা, ১১ জুলাই : ৰাজ্যৰ উন্নয়নৰ অর্থে কালি ৰাজ্যিক কেবিনেটে গ্রহণ কৰিলে কেইবাটাও গুৰুত্বপূর্ণ…

চিন্তাৰ প্রাসংগিকতা

আদিম বন্যতাৰ পৰা আধুনিক মানৱলৈ উত্তৰণ৷ আধুনিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ জয়জয় ময়ময় পৰিৱেশত জীৱন যাপন কৰি আছে৷ মানুহে আকাশ চুবলৈ খোজে৷ বিশ্বব্রহ্মাণ্ড জয় কৰাৰ মন মেলিছে৷ মানুহৰ জীৱন সীমিত যদিও আশাবাদী মানুহৰ সপোনৰ সীমা নাথাকে আৰু…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি   ১১ জুলাই, আহাৰ মাহৰ ২৬ তাৰিখ শুকুৰবাৰ : তিথি–কৃষ্ণা প্রতিপদ, নক্ষত্র : পূর্বাষাঢ়া, যাত্রা : মধ্যম মেষ : সামাজিক সংযোগত কিছু উন্নত ফল৷ বিদ্যাত মধ্যম৷ শৰীৰ সম্পর্কে সাধাৰণ চিন্তা থাকিব৷ আগন্তুকৰ বাবে উৎকণ্ঠা তথা…

কামৰূপৰ ৰৌমাৰীৰ আদৰ্শ কৃষক শম্ভুৰাম বৈশ্যৰ দেহাৱসান

🔹 দল-সংগঠন, গুণমুগ্ধৰ শোক প্ৰকাশ বিশেষ বাৰ্তা, শুৱালকুছি, ১০ জুলাই : কামৰূপ  জিলাৰ অন্যতম কৃষিগ্ৰাম ৰৌমাৰীৰ এগৰাকী নিষ্ঠাৱান আদৰ্শ কৃষক শম্ভুৰাম বৈশ্য (৯৭)ৰ আজি পুৱা ৬ বজাত নিজ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটাত অঞ্চলটোত গভীৰ…

নৱম শ্ৰেণীৰ ছাত্ৰীৰ কৰুণ মৃত্যু : আতংকিত বাঘমৰাবাসী

🔹 টিংখাঙত জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ নিয়মীয়া বাৰ্তা, টিংখাং, ১০ জুলাই : টিংখাঙত সংঘটিত হয় এক হৃদয়বিদাৰক ঘটনা। এগৰাকী নৱম শ্ৰেণীৰ ছাত্রীৰ কৰুণ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে টিংখাঙত । ছাত্ৰীগৰাকীৰ কৰুণ মৃত্যুৰ পাছতে টিংখাঙৰ পোৱালি…

শ্রীশ্রী অনিৰুদ্ধদেৱ স্প’ৰ্টছ ইউনিভার্ছিটীত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১৪ জুলাই চাবুৱাস্থিত শ্রীশ্রী অনিৰুদ্ধদেৱ স্প’ৰ্টছ ইউনিভার্ছিটীত খালী হোৱা কেইটামান পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

নগৰবেৰাত দুই সন্তানৰ মাতৃৰ ৰহস্যজনক মৃত্যু

🔹 যৌতুকজনিত কাৰণত হ*ত্যাৰ অভিযোগ পিতৃ পৰিয়ালৰ  নিয়মীয়া বাৰ্তা, ১০ জুলাই : নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ভখুৰাদিয়া মহিশখুঁটিত দুই সন্তানৰ মাতৃৰ ৰহস্যজনক মৃত্যু। স্বামী পৰিয়ালৰ বিৰুদ্ধে উত্থাপন হৈছে হ*ত্যাৰ অভিযোগ। মহিলাগৰাকীক হ*ত্যা কৰি চৰম…

লাহৰীঘাটত বাল্য বিবাহত জড়িত দুই পঞ্চায়ত সদস্যৰ পদ খাৰিজ

নিয়মীয়া বাৰ্তা, ১০ জুলাই : লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত দলৈগাঁও গাঁও পঞ্চায়তৰ ৫নং ৱাৰ্ডৰ নিৰ্বাচিত সদস্য শ্বৰিফুল ইছলাম আৰু ৭নং ৱাৰ্ডৰ নিৰ্বাচিত সদস্যা ছামচুন নেহাৰৰ সদস্য পদ খাৰিজ । লাহৰীঘাট সম-জিলাৰ কাৰ্যবাহী দণ্ডাধীশ প্ৰমোদ শৰ্মাৰ…