বিশ্বকাপৰ ছেমি ফাইনেলত আজি টীম ইণ্ডিয়াৰ সন্মুখত ইংলেণ্ড
ডিজিটেল ডেস্ক, ৫ মার্চ : মুম্বাইৰ ৱাংখেড়েত আজি অনুষ্ঠিত হ'বলগীয়া চলিত টি–২০ বিশ্বকাপৰ দ্বিতীয়খন ছেমিফাইনেলত মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়া আৰু ইংলেণ্ড৷ ছুপাৰ–৮ৰ অন্তিমখন মেচত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি আত্মবিশ্বাস তুংগত থকা…