নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা শুৱালকুছিত তিনিদিনীয়া কাৰ্যসূচীৰে দৌল মহোৎসৱ

বস্ত্ৰনগৰী শুৱালকুছিৰ একমাত্ৰ উদাসীন আৰু ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীঈশ্বৰ হাটীসত্ৰৰ উদ্যোগত ২ মাৰ্চৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভগৱান শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ উদযাপন কৰা হ'ব৷ দৌল মহোৎসৱৰ বিভিন্ন কাৰ্যক্ৰমণিকাত বিশেষভাৱে অংশ ল'ব প্ৰাইড…

বৰক’লাত ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদ কৰম সিঙৰ স্মৃতি দিৱস পালন

ছাত্র সমাজৰ দ্বাৰা পৰিচালিত বিশ্ব কপোৱা অসমৰ ঐতিহাসিক বিদেশী বহিষ্কাৰ আন্দোলনৰ  সময়ত ১৯৮৩ চনৰ জুয়ে পোৰা তিৰাশীৰ পহিলা মাৰ্চত অসমী আইৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ কৰম সিঙৰ স্মৃতি দিৱস আজি বৰক'লা উচ্চতৰ মাধ্যমিকৰ বিদ্যালয় প্ৰাংগণত থকা…

ভয়াৱহ বিস্ফোৰণত কঁপি উঠিল মহাৰাষ্ট্ৰৰ নাগপুৰ, ১৭জনৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ১ মাৰ্চ : মহাৰাষ্ট্ৰৰ নাগপুৰত দেওবাৰে এক মর্মান্তিক দুর্ঘটনা সংঘটিত হয়। বেচৰকাৰী বিস্ফোৰক নিৰ্মাণকাৰী কোম্পানীৰ কাৰখানাত সংঘটিত ভয়ংকৰ বিস্ফোৰণত অন্ততঃ ১৭জনৰ মৃত্যু হৈছে। দুৰ্ঘটনাটোত আন ১৮জন গুৰুতৰভাৱে আহত হয়। আহতসকলক উদ্ধাৰ…

সোণতলীৰ জাওকাটাত ভয়ংকৰ অগ্নিকাণ্ডত তিনিটা ঘৰ ভস্মীভূত

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত জাওকাটা গাঁৱত আজি দুপৰীয়া সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত পৰিয়াল এটাৰ তিনিটা ঘৰ ভস্মীভূত হয়৷ জানিব পৰা মতে, সোণতলীৰ জাওকাটা গাঁৱৰ এছাক আলীৰ ঘৰত আজি দুপৰীয়া আকস্মিকভাৱে জুইৰ সূত্ৰপাত ঘটে৷ জুইৰ লেলিহান শিখাই…

পিতৃৰ মৃত্যুৰ পিছতে ইৰানৰ নতুন সৰ্বোচ্চ নেতা মোজতাবা খামেইনি

ডিজিটেল ডেস্ক, ১ মাৰ্চ : ইজৰাইল আৰু আমেৰিকাৰে হোৱাৰ যুদ্ধৰ পৰিণতিত এয়াৰ ষ্ট্ৰাইকত মৃত্যু হয় ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেইনিৰ। ইয়াৰ পিছতে ইৰানৰ শাসনভাৰ আয়াতুল্লা আলী খামেইনিৰ দ্বিতীয় পুত্ৰৰ হাতলৈ। মোজতাবা খামেইনি হ'ব ইৰানৰ নতুন…

পূব মাজৰচৰত নৈৰ বুকুত অবৈধ বালি খননৰ প্ৰতিযোগিতা, শংকিত নৈপৰীয়া গঞা

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত পূব মাজৰচৰত সুদীৰ্ঘ দিন ধৰি অব্যাহত আছে নৈৰ বুকুত অবৈধ বালি খনন | খনন দেখি সমাগত বাৰিষাৰ সম্ভাব্য বিপৰ্যয়ৰ অনুমান কৰি শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ | ব্ৰহ্মপুত্ৰৰ সুঁতি নৈৰ বুকুৰ পৰা…

নদুৱাৰত জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, নিশা বাৰ বজাতো জনসমুদ্ৰ চাৰিদুৱাৰত

শোণিতপুৰৰ ৬৯নং নদুৱাৰ বিধানসভা সমষ্টিত জন আশীৰ্বাদ যাত্ৰা কৰি যোৱানিশা উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। বালিপৰা চেন্টাৰৰ পৰা মুখ্যমন্ত্ৰীগৰাকীক তিনি হাজাৰ যুৱকে উলিওৱা বিশাল মটৰ চাইকেল ৰেলীৰে চাৰিদুৱাৰ বনদুৱাৰৰ ৰংগমঞ্চ…

ডুবাইত আবদ্ধ ভাৰতীয় বেডমিন্টন তাৰকা পি ভি সিন্ধু

ডিজিটেল ডেস্ক, ১ মাৰ্চ : ডুবাইত আবদ্ধ হৈ পৰে ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু। আমেৰিকা-ইজৰাইলৰ সৈতে ইৰানৰ মুকলি যুদ্ধ আৰম্ভ হোৱাৰ পিছতে ইয়াৰ প্ৰভাৱ উপসাগৰীয় বহু দেশত পৰিছে । উল্লেখ্য যে ভাৰতৰ কিংবদন্তি বেডমিণ্টন খেলুৱৈ পি ভি…

আফগানিস্তানৰে যুদ্ধত ইছলামাবাদক মুকলি সমর্থন ট্রাম্পৰ

ডিজিটেল ডেস্ক, ১ মাৰ্চ : ভাৰত-পাকিস্তানৰ যুদ্ধই ক্রমান্বয়ে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সময়তে এই ৰক্তাক্ত সংঘাতৰ প্রতি পাকিস্তানক মুকলি সমর্থন আগবঢ়াইছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ সাংবাদিকৰে হোৱা এক সাক্ষাতত আমেৰিকাৰ ৰাষ্ট্রপতিগৰাকীয়ে কয়–…

প্রবাসী ভাৰতীয়ক সুৰক্ষিত স্থানত অৱস্থান কৰাৰ আহ্বান

ডিজিটেল ডেস্ক, ১ মাৰ্চ : যুদ্ধৰ আতংকৰ মাজতে মধ্যপ্রাচ্যৰ বিভিন্ন দেশত সতর্কতা জাৰি কৰিছে ভাৰতে৷ বিশেষকৈ প্রবাসী ভাৰতীয়সকলক সুৰক্ষিত স্থানত অৱস্থান কৰিবলৈ আহ্বান জনোৱা হৈছে৷ ডোহাস্থিত ভাৰতৰ দূতাৱাসে প্রত্যেক ভাৰতীয়কে নিজৰ ঘৰত অথবা কোনো…