নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজনিমুৱা বিবেক এক্সপ্ৰেছৰ পৰা পৰি যুৱতীৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ২ মাৰ্চ : গোলাঘাটৰ কমাৰবন্ধাত চাঞ্চল্যকৰ ঘটনা। উজনিমুৱা বিবেক এক্সপ্ৰেছৰ পৰা পৰি মৃত্যু হয় এগৰাকী যুৱতীৰ। কন্যাকুমাৰীৰ পৰা ডিব্ৰুগড় অভিমুখী ট্ৰেনখন কমাৰবন্ধা আলি ষ্টেচনখন পাৰ হ‌ওঁতেই সংঘটিত হয় ঘটনাটো। ফৰকাটিং ষ্টেচনত ৰখোৱাৰ…

ঐতিহাসিক : আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ কাৰ্বি আংলঙৰ আদা

অসমৰ GI-টেগযুক্ত কাৰ্বি আংলঙৰ আদা সোমবাৰে প্ৰথমবাৰৰ বাবে লণ্ডনলৈ ৰপ্তানি হোৱাটোৱে ৰাজ্যখনৰ কৃষি খণ্ডত এক ঐতিহাসিক মাইলফলক স্থাপন কৰিছে। ২১.২ মেট্ৰিক টন প্ৰিমিয়াম সতেজ আদাৰ এই চালানখন গুৱাহাটীৰ খানাপাৰাস্থিত কৃষি ভৱনত মন্ত্ৰী অতুল বৰাই…

পাকিস্তানী খেলুৱৈৰ বিৰুদ্ধে PCBৰ কঠোৰ ব্যৱস্থা

টি–২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ ৮ পৰ্যায়ৰ পৰা পাকিস্তান দল বাহিৰ হোৱাৰ পিছতে পাকিস্তান ক্ৰিকেট ব’ৰ্ড (PCB)য়ে দলটোৰ প্ৰতিজন খেলুৱৈৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। আইচিচি পুৰুষৰ টি–২০ বিশ্বকাপত দুৰ্বল প্ৰদৰ্শনৰ ফলত এতিয়া পাকিস্তান…

ধুবুৰীৰ গৌৰীপুৰৰ মৰাপাট গুদামত ভয়ানক অগ্নিকাণ্ড

যোৱানিশা ধুবুৰীৰ গৌৰীপুৰত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। চহৰখনৰ শ্মশানৰ সমীপত থকা এটা মৰাপাট গুদামত সংঘটিত হোৱা অগ্নিকাণ্ডত কথমপি ৰক্ষা পৰে বৃহত্তৰ অঞ্চলটো। উল্লেখ্য যে অগ্নিকাণ্ডটোৰ ঘটনাটো ইমানেই ভয়ানক আছিল যে যোৱানিশাৰ পৰা অহৰহ…

UPPLত মোক্ষম আঘাত, দল ত্যাগ খাম্পা বৰগয়াৰীৰ

আগন্তুক নিৰ্বাচনৰ পূৰ্বে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (UPPL)ক এক গুৰুত্বপূৰ্ণ আঘাত প্ৰদান কৰি দল ত্যাগ কৰিছে বিশিষ্ট নেতা খাম্পা বৰগয়াৰীয়ে। তেওঁ ১৪নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ হিচাপে দায়িত্ব পালন কৰাৰ লগতে বিৰোধী দলপতি হিচাপেও…

ইৰান আক্রমণত ৰক্তাক্ত হোৱাৰ আশংকা দালাল ষ্ট্রীট

ডিজিটেল ডেস্ক, ২ মার্চ : আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া আক্রমণত ক্ষত–বিক্ষত ইৰান৷ স্বাভাৱিকতে এই যুদ্ধৰ প্রভাৱ পৰিছে সমগ্র পশ্চিম এছিয়াত৷ অঞ্চলটোত ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্রত এই যুদ্ধৰ প্রভাৱ পৰাৰ লগতে অর্থনৈতিক ক্ষেত্রতো ই পৰিলক্ষিত হৈছে৷…

ভাৰতীয় তেল পৰিবাহী জাহাজত ইৰানৰ আক্রমণত নিহত ১৫ ভাৰতীয়

ডিজিটেল ডেস্ক, ২ মার্চ : ইৰানত আমেৰিকা–ইজৰাইলৰ আক্রমণক লৈ চলি থকা চর্চাৰ মাজতে হৰমুজ প্রণালীৰ নিৰাপত্তাক লৈও আশংকা কৰা হৈছিল৷ এই আশংকাৰ সত্যতা প্রমাণিত হ’ল৷ আশংকা কৰা মতেই ইৰানে ক্ষেপণাস্ত্রৰে আঘাত হানিলে ভাৰতীয় তেল পৰিবাহী জাহাজত৷…

নায়ক সঞ্জুৰ অনবদ্য বেটিঙেৰে বিশ্বকাপৰ ছেমিফাইনেলত ভাৰত

ডিজিটেল ডেস্ক, ২ মার্চ : অ’পেনাৰ সঞ্জু ছেমছনৰ অনবদ্য বেটিং প্রদর্শনৰ সহায়ত টীম ইণ্ডিয়াই চলিত টি–২০ বিশ্বকাপৰ ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ বৃহস্পতিবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ’বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত ভাৰতে ইংলেণ্ডৰ মুখামুখি…

সম্পাদকীয় : পানীৰ সুুৰক্ষা

পানীয়েই প্রাণীৰ প্রাণ, কিন্তু এই পানীকেই সুৰক্ষিত কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ একবিংশ শতিকাৰ জনসংখ্যা বিস্ফোৰণৰ ফলত পানীৰ সংকট পৰিলক্ষিত হৈছে৷ ইয়াৰ উপৰি আন কাৰকসমূহ হ’ল জলবায়ুৰ পৰিৱর্তন আৰু ভূজলৰ অত্যধিক আহৰণ৷ বেংকসমূহ দেউলীয়া হ’লে যি…

২ মাৰ্চ : আজিৰ দিনটোৰ ৰাশিফল

আজি ২ মার্চ, ফাগুন মাহৰ ১৭ তাৰিখ সোমবাৰ : তিথি–শুক্লা চতুর্দশী, নক্ষত্র : অশ্লেষা, যাত্রা : নাই মেষ : আনন্দ লাভ৷ সু–সংযোগত মনত উৎসাহ থাকিব৷ আর্থিক দিশত সিমান উন্নত নহ’লেও অসুবিধাতো নপৰিব৷ ব্যৱসায়ত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৯৷ বৃষ :…