ছুপাৰ এইটৰ অন্তিম মেচত জিকিও বিশ্বকাপৰ পৰা বাহিৰ পাকিস্তান
ডিজিটেল ডেস্ক, ১ মাৰ্চ : চলিত টি–২০ বিশ্বকাপৰ ছেমিত প্রৱেশৰ স্বপ্ন ধূলিসাৎ হ’ল পাকিস্তানৰ৷ কালি অনুষ্ঠিত ছুপাৰ এইটৰ গুৰুত্বপূর্ণ মেচখনত পাকিস্তানে শ্রীলংকাক ৫ উইকেটত পৰাস্ত কৰে যদিও ছেমিফাইনেলত প্রৱেশৰ পৰা বঞ্চিত হয়৷ পাকিস্তানক ছেমিফাইনেলত…