মৰিগাঁৱৰ চিকিৎসকৰ কটকত মৃত্যু, ৰহস্য় উদঘাটনৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ পৰিয়ালৰ
মৰিগাঁও জিলাৰ চিকিৎসক ডাঃ ৰোহন কাকতীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য সৃষ্টি হৈছে। বৃহস্পতিবাৰে (২৬ ফেব্ৰুৱাৰী) ওড়িশাৰ কটক চহৰত থকা ভাৰাঘৰৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
ডাঃ ৰোহন কাকতী পেছাদাৰী ফিজিঅ’থেৰাপিষ্ট হিচাপে ওড়িশাত কৰ্মৰত আছিল।…