সম্পাদকীয় : বর্ণবাদী বৈষম্য
সভ্যতাৰ অগ্রগতি কেৱল বাট–পথ, অট্টালিকা, উদ্যোগ, বাণিজ্য আদিয়েই নুসূচায়, মানুহৰ মানসিকতা এই অগ্রগতিৰ মূল সূচক৷ একবিংশ শতিকাৰ এই সময়তো পৃথিৱীৰ বিভিন্ন দেশৰ দৰে ভাৰততো বিভিন্ন পুৰণিকলীয়া ধ্যান–ধাৰণাই ব্যক্তি তথা সমাজ জীৱনৰ গভীৰলৈ শিপাই থকাটোৱে…