মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ শুভাৰম্ভ
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে (২৬ ফেব্ৰুৱাৰী) ‘নিযুত বাবু আঁচনি’ৰ শুভাৰম্ভ কৰে। এই আঁচনিৰ অধীনত আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ কলেজ আৰু বিশ্ববিদ্যালয়ত অধ্যয়নৰত পুৰুষ শিক্ষাৰ্থীসকলে মাহিলি আৰ্থিক সহায় লাভ কৰিব।
খানাপাৰাৰ…