নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুপাৰ এইটত আজি জিম্বাব’ৱেৰে মৰণপণ যুঁজ ভাৰতৰ

নিউজ ডেস্ক, ২৬ ফেব্রুৱাৰী : ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়াই চলিত টি–২০ বিশ্বকাপত আজি মৰণপণ যুঁজত অৱতীর্ণ হ’ব৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ আজি চেন্নাইত হ’বলগীয়া ছুপাৰ এইটৰ মৰণপণ যুঁজখনত ঘৰুৱা দল টীম ইণ্ডিয়াৰ প্রতিদ্বন্দ্বী হ’ল…

পছন্দৰ ১২খন আসনৰ দাবীত অটল অখিল গগৈ, কংগ্ৰেছক স্পষ্ট স্থিতি কৰাৰ আহ্বান

অসম বিধানসভা নিৰ্বাচনৰ আৰু মাত্ৰ এমাহমান সময় বাকী থাকোঁতেই একত্ৰিত বিৰোধী মিত্ৰতা গঠন এতিয়াও অনিশ্চিত হৈ আছে। কংগ্ৰেছ আৰু সম্ভাৱ্য মিত্ৰতা সহযোগী ৰাইজৰ দলৰ মাজত আসন বণ্টনক লৈ চলি থকা অচলাৱস্থা এতিয়াও অন্ত পৰা নাই। সময় ক্ষীণ হৈ অহাৰ মাজতে…

বিজেপিৰ প্ৰাৰ্থী তালিকাত ৪০খন নতুন মুখ… ৰঙালী বিহুৰ আগতে নিৰ্বাচনৰ পোষকতা

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি (২৫ ফেব্ৰুৱাৰী) জনায় যে ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) ৪০টা সমষ্টিত নতুন প্ৰাৰ্থী প্ৰস্তাৱ কৰিব। লগতে ৰঙালী বিহুৰ আগতেই নিৰ্বাচন অনুষ্ঠিত…

নগাঁৱৰ যাতায়াত ব্যৱস্থাত যুগান্তকাৰী পৰিৱৰ্তন : আৰম্ভ চিটীবাছ সেৱা

শিক্ষাৰ্থী, কৰ্মচাৰী আৰু সাধাৰণ ৰাইজৰ দৈনিক যাত্ৰাত এক যোগাত্মক পৰিৱৰ্তন অনাৰ লক্ষ্যৰে নগাঁও জিলা প্ৰশাসন আৰু জিলা পৰিবহণ বিভাগে এক বিশেষ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। চহৰখনৰ যাতায়াত ব্যৱস্থা অধিক সুচল, দ্ৰুত আৰু জনসাধাৰণৰ বাবে সুবিধাজনক…

শ্ৰীৰামপুৰত মহিলাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ, পাঁচ দিনে আছিল নিৰুদ্দেশ হৈ

গোসাঁইগাঁও মহকুমাৰ শ্ৰীৰামপুৰত আজি দুপৰীয়া এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। শ্ৰীৰামপুৰ চেকগেটৰ নিচেই কাষত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ। আজি দুৰ্গন্ধ ওলোৱাৰ পিছত সন্ধান চলাই যোৱাৰ পিছত মৃতদেহটো উদ্ধাৰ কৰা হয়। বিগত পাঁচ দিন ধৰি মহিলাগৰাকী…

ধুবুৰী আসনখন পাব বুলি আশাবাদী বিজেপি-অগপ

২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ বৰ্তমানে ধুবুৰীত শাসকী আৰু বিৰোধী দলৰ ব্যাপক ৰাজনৈতিক কুচকাৱাজ আৰম্ভ হোৱাৰ সমান্তৰালকৈ ৰাজনৈতিক শিবিৰে শিবিৰে আৰম্ভ হৈছে সম্ভাব্য দলীয় প্ৰাৰ্থীক লৈ গুণা-গঁথা। ইপিনে শাসকীয় মিত্ৰজোঁটৰ মাজৰ আসন ভাগ বতৰাৰ বিষয়টো…

বিৰোধী মিত্রজোঁটৰ মিত্রতাক কটাক্ষ মুখ্যমন্ত্রীৰ

বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে কংগ্রেছৰ নেতৃত্বত বিৰোধী ৰাজনৈতিক দলসমূহৰ আসন বুজাবুজিৰ প্রক্রিয়া চলি থকাৰ সময়তে বিৰোধীৰ এনে মিত্রতাক কটাক্ষ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মন্তব্য– বিৰোধীৰ মিত্রতা হ’লেও বিজেপিৰ চৰকাৰ হ’ব, নহ’লেও…

জুবিন গার্গৰ হত্যা গোচৰৰ ফাষ্টট্রেক আদালত গঠনক লৈ মুখ্যমন্ত্রীৰ প্রতিক্রিয়া

জুবিন গার্গৰ হত্যা গোচৰৰ তদন্ত প্রক্রিয়া ক্ষিপ্র কৰাৰ বাবে উঠি থকা ফাষ্টট্রেক আদালতৰ দাবীক লৈ প্রতিক্রিয়া প্রকাশ কৰিছ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷মুখ্যমন্ত্রী ড০ শর্মাই জুবিন গার্গৰ হত্যাৰ প্রসংগত কয়– ফাষ্টট্রেক আদালত সন্দর্ভত আমি…

মন্দিয়াত অষ্টম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশ, পিতৃ-মাতৃৰ হিয়াভঙা অনুৰোধ- আমাৰ ল’ৰা আমাক ঘূৰাই দিয়ক

বৰপেটাৰ মন্দিয়া আদৰ্শ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ শ্বেখ ৰাহুল আমিন মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। উল্লেখ্য যে মন্দিয়াৰ ২ নং বৰদলনি গাঁৱৰ বছিৰ আলীৰ সন্তান আছিল নিৰুদ্দিষ্ট শ্বেখ ৰাহুল আমিন। প্ৰতিদিনৰ দৰে মঙ্গলবাৰৰ পুৱা ৭ বজাত ৰাহুল…

UPPL নে আন দলত কৰিব যোগদান : শীঘ্ৰে ৰাজনীতিলৈ এবছুৰ সভাপতি দ্বীপেন বড়ো

শীঘ্ৰে সক্ৰিয় ৰাজনীতিত ভৰি দিব নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োই। এবছুৰ মজিয়াৰ পৰা অৱসৰ গ্ৰহণ কৰি সক্ৰিয় ৰাজনীতিত অংশ গ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ ছাত্ৰ নেতা জনৰ। ইতিমধ্যে সংগঠনৰ মজিয়াৰ পৰা বিদায় বিচাৰি এবছুৰ কেন্দ্ৰীয়…