উজনিত হ’র্ডিং লগাই মিঞাবিৰোধী অভিযান তীব্রতৰ খিলঞ্জীয়া ঐক্যমঞ্চৰ
ডিজিটেল ডেস্ক, ৭ ফেব্রুৱাৰী : উজনি অসমত তীব্র হৈ উঠিছে মিঞাবিৰোধী অভিযান৷ ৰাষ্ট্রীয় ঘাইপথৰ কাষত মিঞাক আক্রমণ কৰি বিভিন্ন শ্ল’গানেৰে হ’র্ডিং, পোষ্টাৰ লগাই ব্যাপক প্রচাৰ বিভিন্ন দল–সংগঠনৰ৷ উজনি অসমৰ লখিমপুৰ, ডিব্রুগড, যোৰহাট, ধেমাজি,…