দৌলাশাল আৰক্ষীৰ জালত চাৰি কুখ্যাত চোৰ
নলবাৰী জিলাৰ দৌলাশাল আৰক্ষীৰ জালত পৰিছে চাৰিটাকৈ কুখ্যাত চোৰ ৷ দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি কমল বণিয়াৰ নেতৃত্বত চোৰৰ বিৰুদ্ধে অভিযান চলাই দৌলাশাল আৰক্ষীয়ে লাভ কৰিছে সফলতা ৷
উল্লেখ্য যে দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত…