ধুবুৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী উদযাপন
ধুবুৰীৰ নেতাজী জন্মজয়ন্তী উদযাপন কেন্দ্ৰীয় কমিটীৰ উদ্যোগত আজি চহৰখনৰ পাঁচমোৰস্থিত নেতাজী উদ্যানত বিভিন্ন কাৰ্যসূচীৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯তম জন্মজয়ন্তী পালন কৰা হ’য়।
আজি পুৱা জাতীয় পতাকা উত্তোলন আৰু নেতাজীৰ সম্পূৰ্ণ অৱয়বৰ…