আজিৰ দিনটোৰ ৰাশিফল
আজি ১৭ জানুৱাৰী, মাঘ মাহৰ ৩ তাৰিখ
শনিবাৰ : তিথি–কৃষ্ণা চতুর্দশী, নক্ষত্র : মূলা, যাত্রা : নাই
মেষ : পঢ়া–শুনাত বেমেজালিৰ সৃষ্টি হ’ব৷ যাত্রা কৰোঁতে সাৱধান হ’ব৷ সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত৷ কমলা ৰঙৰ বস্ত্র পৰিধান কৰিব৷ শুভ ৰং কমলা৷ শুভ…