চিকেন নেকক সামৰি আধুনিক সুৰক্ষা বলয় ভাৰতীয় সেনা বাহিনীৰ
🔹 সীমান্তৰ ৭৫ শতাংশ এলেকাত নতুন ডিজাইনৰ ফেঞ্চিং নির্মাণ
🔹 ঢাল হিচাপে ৰখা হৈছে এছ–৪০০ ডিফেঞ্চ ছিষ্টেম
নিউজ ডেস্ক, ১০ জানুৱাৰী : চিকেন নেক বা শিলিগুৰি কৰিড’ৰক সামৰি অত্যাধুনিক সুৰক্ষা বলয় গঢ়ি তুলিছে ভাৰতীয় সেনা বাহিনীয়ে৷ শেহতীয়াকৈ চুবুৰীয়া…