নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৰুকালৈ মাজত মাথোঁ দুদিন, জুবিন থীমেৰে ৰাজ্যৰ প্রান্তে প্রান্তে নির্মাণ ভেলাঘৰ

ডিজিটেল ডেস্ক, ১০ জানুৱাৰী : সোণালী আঘোণৰ পথাৰত ব্যস্ততা এতিয়া আৰু শেষ হ’ল৷ শেষ হ’ল দাৱনীৰ কাচিৰ কচ্ কচ্–খচ্ খচ্ শব্দৰ সমদল৷ ভৰুণ পথাৰৰ ছ–থৰীয়া ডাঙৰিবোৰ লখিমী হৈ সুঠাম–সবল কৃষক–খেতিয়কৰ কান্ধত উঠি ভঁৰাললৈ আহিল৷ পথাৰৰ পৰা বছৰচেৰেকৰ জোখাৰে…

উজনি-নামনি সৰ্বত্ৰ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

ভোগালী বিহু অসমীয়াৰ অন্যতম প্ৰধান উৎসৱ, যাক মাঘ বিহু বুলিও কোৱা হয়। এই উৎসৱটি মূলতঃ ভোগ-বিলাস, একতা আৰু কৃতজ্ঞতাৰ প্ৰতীক। পুহ মাহৰ শেষত আৰু মাঘ মাহৰ আৰম্ভণিত ভোগালী বিহু উদযাপন কৰা হয়, যেতিয়া খেতিয়কে বছৰজোৰা পৰিশ্ৰমৰ ফল লাভ কৰে। ভোগালী…

পথ দুর্ঘটনাত ক্ষতিগ্রস্তৰ চিকিৎসা হ’ব বিনামূলীয়া, ঘোষণা কেন্দ্রীয় পৰিবহণ মন্ত্রীৰ

🔹 এসপ্তাহ পর্যন্ত বিনামূল্যে ডেৰ লাখ টকাৰ চিকিৎসা পাব মটৰ দুর্ঘটনাত ক্ষতিগ্রস্তই  নিউজ ডেস্ক, ১০ জানুৱাৰী : এতিয়াৰে পৰা পথ দুর্ঘটনাত ক্ষতিগ্রস্তসকলৰ চিকিৎসা কৰা হ’ব বিনামূলীয়াকৈ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সমগ্র দেশৰ বাবে এই প্রকল্প…

সম্পাদকীয় : বাণিজ্যিক বনানীকৰণ

পৰিৱেশ কর্মী–প্রকৃতিপ্রেমী সংগঠনসমূহৰ প্রায় অলক্ষিতে কেন্দ্রীয় বন আৰু পৰিৱেশ মন্ত্রালয়ে এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে৷ আর্থিক দিশত ভাৰতৰ বাবে ওপৰোৱাকৈ লাভজনক যেন লাগিলেও ভৱিষ্যৎ দিনত বন মন্ত্রালয়ৰ এই সিদ্ধান্ত এক নেতিবাচক সিদ্ধান্ত…

১০ জানুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ১০ জানুৱাৰী, পুহ মাহৰ ২৫ তাৰিখ, শনিবাৰ মেষ : শাৰীৰিক দিশত দুর্বলতা থাকিব৷ বিক্ষিপ্ত কথাৰ মাজতে সুস্থিৰ চিন্তায়ো সহায় কৰিব৷ ব্যৱসায়ত মধ্যম৷ পঢ়া–শুনাত বেয়া নহ’ব৷ সন্তানৰ শুভ৷ বৃষ : কর্মক্ষেত্রত বেয়া নহ’ব৷ কিন্তু শাৰীৰিক দিশত সতর্ক হৈ…

সাব্যাৰ শিৰত জুনিয়ৰ মিছ ইণ্ডিয়া ২০২৫–২৬ৰ খিতাপ

ছিকিমৰ বাবে এক বিশেষ গৌৰৱৰ মুহূৰ্ত হিচাপে পৰিগণিত হৈছে, কিয়নো সাত বছৰীয়া সাব্যা ভুজেলে জুনিয়ৰ মিছ ইণ্ডিয়া ২০২৫–২০২৬ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে। ফেশ্বন, অভিনয় আৰু সৃজনশীলতাক উদযাপন কৰা এই প্ৰতিষ্ঠিত প্ৰতিযোগিতাখন ৰাজস্থানৰ জয়পুৰত…

অসম জাতীয় বিদ্যালয়ৰ বার্ষিক খেল–ধেমালিৰ শুভাৰম্ভ

অসম জাতীয় বিদ্যালয়ৰ ২০২৫-২৬ বর্ষৰ বার্ষিক খেল–ধেমালি আজিৰে পৰা বিদ্যালয় প্রাংগণত অনুষ্ঠিত হৈছে৷ এই উপলক্ষে আজি পুৱাৰ আয়োজন কৰা উদ্বোধনী অনুষ্ঠান আৰু মার্চপাষ্ট প্রতিযোগিতাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম আৰক্ষীৰ উপ আৰক্ষী মহাপৰিদর্শক…

ৰাজস্থানত উজলিল শিৱসাগৰৰ ৰাজলক্ষী বৰুৱা

ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ জুনিয়ৰ মিছ ইণ্ডিয়াত “জুনিয়ৰ মিছ ইণ্ডিয়া”ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় শিৱসাগৰ হাঁহচৰা লাটুম গাঁৱৰ নিবাসী লক্ষীনাথ বৰুৱা আৰু পৰীণিতা বৰুৱাৰ কনিষ্ঠা কন্যা ৰাজলক্ষী বৰুৱাই৷ অসমৰ হৈ প্ৰতিনিধিত্ব…

দিল্লীত গণৰাজ্য দিৱসৰ প্রতীকপটত স্থান পাব ধুবুৰীৰ আশাৰীকান্দিৰ টেৰাকোটা শিল্পই

ধুবুৰী জিলালৈ এক বিশেষ গৌৰৱ কঢ়িয়াই ৰাষ্ট্রীয় প্রেক্ষাপটত পুনৰ উজলি উঠিবলৈ সাজু হৈছে টেৰাকোটা গাঁওখ্যাত আশাৰীকান্দিয়ে৷ ২০২৬ বর্ষৰ গণৰাজ্য দিৱসত দিল্লীৰ কেন্দ্রীয় কার্যসূচীত অসমৰ প্রতীকপটৰূপে স্থান পাব আশাৰীকান্দিৰ টেৰাকোটা শিল্পীৰ শিল্পই৷…

কাছাৰত দুই মহিলাসহ ৪ ৰোহিংগীয়া নাগৰিকক গ্ৰেপ্তাৰ

কাছাৰ জিলাৰ কাটিগড়া থানাৰ চাপ্লাইগেট এলেকাত পুনৰ ৪গৰাকী ৰোহিংগীয়া নাগৰিক গ্ৰেপ্তাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত আছে দুজন পুৰুষ আৰু দুগৰাকী মহিলা। প্ৰাথমিক তদন্তত বাংলাদেশৰ পৰা কাঁইটীয়া তাঁৰৰ বেৰ পাৰ…