অৰুণাচলত নতুন মেগা হাইড্ৰ’ইলেকট্ৰিক প্ৰকল্পত অনুমোদন কেন্দ্ৰৰ, ধন আবণ্টন
কেন্দ্ৰই অৰুণাচল প্ৰদেশত এটা নতুন মেগা হাইড্ৰ’ইলেকট্ৰিক প্ৰকল্পৰ অনুমোদন জনাইছে, যাৰ জৰিয়তে চৰকাৰে উত্তৰ-পূবত পৰিষ্কাৰ শক্তি উৎপাদন আৰু বানপানী পৰিচালনাৰ ক্ষেত্ৰত পদক্ষেপ অধিক শক্তিশালী কৰিব। জানিব পৰা মতে ২৬,০৭০ কোটি টকা হাইড্ৰ’ইলেকট্ৰিক…