কলকাতাত EDৰ তালাচী, দিল্লীত প্ৰতিবাদ TMC সাংসদৰ
কলকাতা উচ্চ ন্যায়ালয়ে শুকুৰবাৰ (৯ জানুৱাৰী ২০২৬) দুপৰীয়া ২:৩০ বজাত ইডি/I-PAC গোচৰৰ শুনানি গ্ৰহণ কৰিব। ইফালে এই অভিযানক লৈ তীব্ৰ হৈ উঠিছে বংগৰ নিৰ্বাচনী বতাহ।
উল্লেখ্য যে অসমৰ সমান্তৰালে বংগতো মাৰ্চ-এপ্ৰিলত বিধান সভা নিৰ্বাচন অনুষ্ঠিত…