নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : খাদ্য অপচয়

সততে আলোচনাৰ মাজলৈ নহা অথচ এটা অতি গুৰুত্বপূর্ণ বিষয় হ’ল খাদ্য অপচয়৷ ধন সাঁচিব জনাটো যেনেকৈ ধন উপার্জনৰ সমার্থক, ঠিক একেদৰে খাদ্য অপচয় ৰোধ কৰাটোও খাদ্য উৎপাদনৰ সমার্থক বুলিব পৰা যায়৷ খাদ্য অপচয়ৰ অর্থ হ’ল খাব নোৱাৰি পেলাই দিয়া খাদ্য৷ তদুপৰি…

৯ জানুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ৯ জানুৱাৰী, পুহ মাহৰ ২৪ তাৰিখ, শুকুৰবাৰ মেষ : উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ যোগ৷ দেহ ভাল বুলি ক’ব পাৰি৷ হেৰোৱা সম্পদ পুনঃপ্রাপ্তি৷ অবাধ্য সন্তান-সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ২৷ বৃষ : বৈষয়িক অৱস্থাৰ স্বল্পাধিক…

অসমক অশান্ত কৰাৰ ব্লু–প্রিণ্টেৰে সক্রিয় মৌলবাদী শক্তি

বিধানসভা নির্বাচনৰ পূর্বে অসমক অশান্ত কৰাৰ এক ভয়ংকৰ ষড়যন্ত্র ৰচিছে বাংলাদেশী মৌলবাদীয়ে৷ ৰাজ্য চৰকাৰে অনুপ্রৱেশকাৰীৰ বিৰুদ্ধে গ্রহণ কৰা কঠোৰ স্থিতি তথা ভূমি উচ্ছেদৰ আলম লৈ মৌলবাদী শক্তিসমূহে সংখ্যালঘু অধ্যুষিত এলেকাত থিতাপি লৈ ৰচিছে ৰাজ্যখনক…

৫ বছৰত প্রস্তাৱিত ২১৩টা উন্নয়নমূলক কামৰ সম্পূর্ণ মাত্র ১০টাহে

প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈৰ সাংসদ স্থানীয় এলেকা উন্নয়ন পুঁজিত বিয়াগোম অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ২০১৯ চনৰ পৰা ২০২৪ চনলৈ পূর্বৰ কলিয়াবৰ তথা বর্তমানৰ কাজিৰঙা লোকসভা সমষ্টিক প্রতিনিধিত্ব কৰিছিল গগৈয়ে৷ সাংসদ স্থানীয়…

নতুন বছৰৰ প্ৰথমতে লখিমপুৰত উন্নয়নমূলক আঁচনিৰ ভূমি পূজন, শিলান্যাস, উদ্বোধন মুখ্যমন্ত্ৰীৰ

নতুন বছৰটোৰ প্ৰথমতে লখিমপুৰত উন্নয়নৰ জোৱাৰ তুলিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। দুদিনীয়া কাৰ্য্যসূচীৰে লখিমপুৰলৈ আহি মুখ্যমন্ত্রীগৰাকীয়ে কালিৰে পৰা বহু উন্নয়নী আঁচনিৰ ভূমি পূজন, শিলান্যাস, উদ্বোধন কৰে। কালি জিলাখনৰ ঢকুৱাখনাত বহু…

পঞ্চভূতত বিলীন অসম বিজেপিৰ পিতামহ কবীন্দ্ৰ পুৰকায়স্থৰ নশ্বৰ দেহ

অসম বিজেপিৰ পিতামহ কবীন্দ্ৰ পুৰকায়স্থৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন হ'ল।‌ বৃহস্পতিবাৰে শিলচৰ শশ্মানঘাটত ৰাষ্ট্ৰীয় মৰ্যাদাৰে ভাৰতীয় জনতা পাৰ্টীৰ স্থপতি, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ‌ শেষকৃত্য সম্পন্ন হয়। কালি সন্ধিয়া ৯৫…

মানৱ ডেকাকেই পুনৰ প্ৰদান কৰা হ’ব লখিমপুৰৰ প্ৰাৰ্থিত্ব!

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনলৈ কেইমাহমান বাকী থাকোঁতেই ৰাজনৈতিক দল আৰু মিত্ৰজোঁটসমূহে প্ৰাৰ্থী নিৰ্বাচন আৰু আসন বাটোৱাৰা বিষয়ত আলোচনা তীব্ৰ কৰি তুলিছে। এই পৰিস্থিতিৰ মাজতে ভাৰতীয় জনতা পাৰ্টী (বিজেপি)য়ে আজি আগন্তুক নিৰ্বাচনৰ বাবে নিজৰ…

কংগ্রেছত টকাও দিব লাগে, ভোটো দিব লাগে আৰু এভেকচনো খাব লাগে

২০২৬ৰ নিৰ্বাচন সমাগত। এনে প্ৰেক্ষাপটত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ঢপলিয়াইছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা। উন্নয়নৰ নিজৰা বোৱাই, উন্নয়নৰ প্ৰতিশ্ৰুতি দি তেও নিৰ্বাচনকেন্দ্রিক কাম কাজত ব্যস্ত হৈ পৰিছে। এফালে উন্নয়নৰ ৰূপৰেখা আৰু আনফালে…

লোহাৰঘাটৰ ভোলাগাঁৱত অবৈধ কাঠভৰ্তি ট্ৰাক জব্দ

পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ভোলাগাঁও অঞ্চলটোত কালি সন্ধিয়া লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া নয়নজ্যোতি ডেকাৰ নেতৃত্বত যোৱা এটি বনকৰ্মীৰ দলে এএছ-১২ ই-৬৪০১ নম্বৰৰ এখন কাঠভৰ্তি ট্ৰাক জব্দ কৰিবলৈ…

খেলপথাৰত অচেতন হৈ জীৱনাৱসান এগৰাকী তাৰকা ক্ৰিকেটাৰৰ, সৰ্বত্ৰ শোক

আজি মিজোৰামৰ চিহমুইস্থিত ছুয়াকা ক্ৰিকেট গ্ৰাউণ্ডত চৰকাৰী টুৰ্ণামেণ্ট চলি থকাৰ সময়তে মিজোৰামৰ ক্ৰিকেটাৰ কে. লালৰেমৰুয়াটাৰ মৃত্যু হোৱাৰ খবৰে সমগ্ৰ ক্ৰিকেট মহলত শোকৰ ছাঁ পেলাইছে। ৩৮ বছৰীয়া খাৱলহ্ৰিং লালৰেমৰুয়াটা ক্ৰিকেট এছ’চিয়েচন অৱ…