ভাৰতীয় ক্ৰিকেটত নতুন ষ্টাৰ অমন যাদৱ… জানক কোন এই অমন যাদৱ
ৱৈভৱ সূৰ্যৱংশীৰ পিছত ভাৰতীয় ক্ৰিকেটে আৰু এটুকুৰা হীৰা লাভ কৰিছে, যাৰ নাম অমন যাদৱ। অমনৰ বয়স যদিও কম তথাপিও তেওঁৰ বেটৰ পৰা ওলোৱা ৰানে ডাঙৰ ডাঙৰ ৰেকৰ্ড ভাঙি পেলাইছে। বিজয় মাৰ্চেণ্ট ট্ৰফীত অসম অনূর্ধ্ব-১৬ দলৰ অধিনায়কত্ব কৰি থকা অমন যাদৱে…