নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্ভাৱনাৰ দুৱাৰ

আপুনি এখন বিয়াৰ অভ্যর্থনা অনুষ্ঠানলৈ গৈছে নতুবা আন কোনো খাদ্যৰ অভ্যর্থনা অনুষ্ঠানলৈ আপুনি আমন্ত্রিত হৈছে৷ এনে অনুষ্ঠানবোৰত এতিয়া দেখিব, খাদ্য সম্ভাৰৰ মেটমৰা জুতি লোৱাৰ বাবে আপোনাৰ সন্মুখত আছে বুফে৷ তাহানিৰ পৰম্পৰাগত বিলনিয়াৰ সলনি এতিয়া বুফে…

নলবাৰী চিকিৎসা মহাবিদ্যালয়ত অত্যাধুনিক ৰোগ নিৰ্ণায়ক পৰীক্ষা কেন্দ্ৰ মুকলি

নতুন বছৰৰ ২ জানুৱাৰী দিনটো নলবাৰী ৰাইজৰ বাবে সোণালী দিন বুলি ক'লে ভূল কৰা নহ'ব নিশ্চয়। বিগত ৩ বছৰৰ পিছত প্ৰায় ১৩ কোটি ৫০ লাখ টকা ব্যয় সাপেক্ষে এটা অত্যাধুনিক প্ৰযুক্তিৰ এম আৰ আই মেচিন অত্যাধুনিক ৰোগ নিৰ্ণায়ক পৰীক্ষা কেন্দ্ৰ নলবাৰী…

আজি ৩ জানুৱাৰী : জানক দিনটোৰ ৰাশিফল

মেষ ৰাশি – আজিৰ দিনটোত আপুনি অলপ দৌৰিব লাগিব। কাম থাকিব, মানুহেও নিজৰ নিজৰ কথা ক’ব আৰু মনটোও সোনকালে প্ৰতিক্ৰিয়া দিব। লক্ষ্য ৰাখিব লাগিব—প্ৰতিটো কথাতে তৎক্ষণাৎ উত্তৰ নিদিব। খঙত কোৱা এটা বাক্যই গোটেই দিনটোৰ পৰিৱেশ নষ্ট কৰিব পাৰে। কাম-কাজত…

নিউজিলেণ্ডৰে খেলি বছৰটোৰ অভিযান আৰম্ভ কৰিব ভাৰতীয় দলে

আলহী দল নিউজিলেণ্ডৰ বিপক্ষে খেলি বছৰটো আৰম্ভণি কৰিব টীম ইণ্ডিয়াই৷ ২০২৬ বর্ষৰ টীম ইণ্ডিয়াৰ ক্রিকেট সূচী ঘোষণা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ ২০২৬ বর্ষটো ভাৰতীয় ক্রিকেট দলটোৰ বাবে কিছু প্রত্যাহ্বানমূলক হিচাপে বিবেচিত হৈছে৷ বর্ষটোত…

 বাৰেৰহণীয়া কলাকৃষ্টি প্ৰদৰ্শন : লোকাৰণ্য চানডুবি মহোৎসৱ

অসমৰ অন্যতম পৰ্যটন তথা ঐতিহাসিক প্ৰাকৃতিক ক্ষেত্ৰ চানডুবিৰ মনোৰম উপত্যকাত কালিৰে পৰা বাৰেৰহণীয়া কাৰ্যসুচীৰে আৰম্ভ হোৱা চানডুবি মহোৎসৱত আজি দ্বিতীয় দিনাও লোকে লোকাৰণ্য হৈ পৰে৷ পলাশবাৰী বিধানসভা সমষ্টিৰ অসম মেঘালয় সীমান্তৱৰ্তী ৰাজাপাৰাত…

১৯৮৮ত ভাৰত-পাকিস্তানৰ স্বাক্ষৰিত চুক্তিৰ ফচল লাভ… জানক সবিশেষ

ভাৰত আৰু পাকিস্তানৰ মাজত পাৰমাণৱিক কেন্দ্র সন্দর্ভত দুই দেশৰ তালিকা বিনিময় হয় বৃহস্পতিবাৰে৷ চুক্তি অনুযায়ী প্রতি বছৰৰ পহিলা জানুৱাৰীত দুয়োখন প্রতিবেশী দেশে নিজৰ নিজৰ পাৰমাণৱিক কেন্দ্র আৰু পাৰমাণৱিক সুযোগ–সুবিধাৰ হিচাপ পৰস্পৰৰ সৈতে…

বন্ধৰ তালিকাৰ পৰা বাদ পৰিল সৰস্বতী পূজা, জন্মাষ্টমী

বাংলাদেশৰ শিক্ষা মন্ত্রালয়ে দেশৰ মাধ্যমিক আৰু নিম্ন মাধ্যমিক বিদ্যালয়ৰ বাবে ২০২৬ বর্ষৰ বন্ধৰ তালিকা প্রকাশ কৰিছে৷ প্রকাশিত বন্ধৰ তালিকা অনুযায়ী নতুন বছৰটোত মুঠ বন্ধৰ দিন ৰখা হৈছে ৬৪ দিন৷ যোৱা বছৰৰ তুলনাত ১২ দিন বন্ধৰ তালিকাৰ পৰা কর্তন কৰি…

শোকাৱহ ঘটনা : পিকনিকৰ সময়ত ব্ৰহ্মপুত্ৰত ডুবি যুৱতীৰ মৃত্যু

যোৰহাটত এটা আনন্দময় পিকনিক শোকাৱহ ঘটনালৈ ৰূপান্তৰিত হৈছে। এগৰাকী যুৱতী বাঘমাৰা এলেকাত ব্ৰহ্মপুত্ৰত ডুবি প্ৰাণ হেৰুৱায়। নিহত ছাত্ৰীজনীৰ প্ৰজ্ঞাশ্ৰী ফুকন বুলি জানিব পৰা গৈছে। তেওঁ যোৰহাটৰ না-আলি বঙ্গাল পুখুৰী এলেকাৰ বাসিন্দা আছিল আৰু জে বি…

বিশ্বৰ প্রথমখন দেশ হিচাপে ডাক ব্যৱস্থাৰ ইতি পৰিল এইখন ইউৰোপৰ দেশত

বিশ্বৰ যোগাযোগ ব্যৱস্থাত এসময়ত ডাক ব্যৱস্থাৰ বিশেষ ভূমিকা আছিল৷ দূৰণিবটীয়া ঠাইৰ পৰা খবৰ এটা পাবলৈ মানুহে ডাকোৱালজনলৈ অপেক্ষা কৰি ৰৈছিল৷ এনে পৰিপ্রেক্ষিততে টিমোথি লং, বিলি বেনেট, ক্রিছ মিক আদি কবিৰ দৰে আমাৰ গীতিকবি কেশৱ মহন্তয়ো ইতিমধ্যে…

লোকসেৱা ভৱনত উদাসীন ভকতক বিত্তীয় সাহায্য প্ৰদান মুখ্যমন্ত্ৰীৰ

দিছপুৰস্থিত লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ অনুষ্ঠান। অনুষ্ঠানত ৰাজ্যৰ উদাসীন ভকতসকললৈ বিত্তীয় সাহায্য প্ৰদান আঁচনিৰ শুভাৰম্ভণি কৰা হয়। আঁচনিৰ অধীনত অসম চৰকাৰে স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ যোগ্য উদাসীন ভকতসকলক…