নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱশংকৰৰ শতকেৰে হায়দৰাবাদৰ বিপক্ষে জয়লাভ অসমৰ

ডিজিটেল ডেস্ক, ৩০ ডিচেম্বৰ : অসমে বিজয় হাজাৰে ট্রফীত প্রথমটো জয়ৰ সোৱাদ লাভ কৰিছে৷ প্রতিযোগিতাখনৰ প্রথম দুখন মেচত পৰাজয়ৰ মুখ দেখা অসমে কালি অনুষ্ঠিত গ্রুপ ‘বি’ৰ মেচখনত হায়দৰাবাদক ৪ উইকেটত পৰাস্ত কৰে৷ মেচখনত হায়দৰাবাদে জয়ৰ বাবে বান্ধি দিয়া…

বংগত হিংসা-প্ৰতিশোধৰ ৰাজনীতিৰ অন্ত হ’ব- কলকাতাত TMC-ক আক্রমণ গৃহমন্ত্ৰীৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কলকাতাত এখন প্ৰেছ কনফাৰেন্স সম্বোধন কৰে। এই সময়ছোৱাত তেওঁ সকলোকে আদৰণি জনাই কয় যে আজি দিনটো সকলো ভাৰতীয়ৰ বাবে গৌৰৱৰ দিন। ১৯৪৩ চনৰ আজিৰ দিনটোতেই নেতাজী সুভাষ চন্দ্ৰ বসুৱে প’ৰ্টব্লেয়াৰত ভাৰতীয় ত্ৰিৰংগা উত্তোলন…

আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱত সম্বৰ্ধিত ডুমডুমাৰ জোনালী শইকীয়া ডেকা

পশ্চিমবংগৰ ইছলামপুৰত অনুষ্ঠিত অতি সন্মানীয় দ্বাদশ আন্তঃৰাষ্ট্ৰীয় কবি সমাৰোহত অনুষ্ঠিত দ্বিতীয় সত্ৰত "অমিয়া ৰাণী স্মৃতি সাহিত্য সন্মানে"ৰে সন্মানিত কৰে ডুমডুমাৰ জোনালী শইকীয়া ডেকাক। উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ ডুমডুমা আজাদ ৰোড…

ৰাজ্যিক চেম্পিয়নশ্বিপত উজলিল নামৰূপ টাইকোৱানডো ক্লাব

বিশেষ বার্তা, নাহৰকটীয়া, ৩০ ডিচেম্বৰ : গুৱাহাটীত অনুষ্ঠিত ৪০সংখ্যক ৰাজ্যিক টাইকোৱানডো চেম্পিয়নশ্বিপত প্ৰশিক্ষক বিদ্যুৎ বিকাশ কোচৰ নেতৃত্বত নামৰূপ টাইকোৱানডো ক্লাবৰ খেলুৱৈসকলে উল্লেখনীয় সফলতা অৰ্জন কৰিছে। শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীসকল হ'ল ক্ৰমে…

নাহৰকটীয়া উচ্চতৰ মাধ্যমিকত বাইচাইকেল বিতৰণ

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অভিলাষী আঁচনি নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকললৈ বাইচাইকেল বিতৰণ কাৰ্যসূচীৰ অধীনত নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে পি এম শ্ৰী নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বাইচাইকেল বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। পি এম…

আজিৰ দিনত সোণ কিনাৰ আগতে জানি লওক আপোনাৰ চহৰৰ শেহতীয়া দাম

২০২৫ চন এতিয়া শেষ হোৱাৰ পথত। এনে পৰিস্থিতিত সোণ আৰু ৰূপৰ দৰে বহুমূল্য ধাতুৰ দামত দ্ৰুতগতিত উত্থান-পতন দেখা গৈছে। আজি ৩০ ডিচেম্বৰত ২৪ কেৰেট সোণৰ দামত ৩,০৫০ টকাৰ হ্ৰাস নথিভুক্ত হৈছে। ঘৰুৱা বজাৰত মঙলবাৰে ব্যৱসায়িক দিনত সোণৰ দাম কমিছে। অৱশ্যে…

নিউজিলেণ্ডৰ বিপক্ষে আগন্তুক এদিনীয়া মেচৰ শৃংখলাত নেখেলে বুমৰাহ-পাণ্ডিয়াই !

নিউজ ডেস্ক, ৩০ ডিচেম্বৰ : আগন্তুক টি–২০ বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি আলহী দল নিউজিলেণ্ডৰ বিপক্ষে খেলিবলগীয়া তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোত টীম ইণ্ডিয়াৰ তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহ আৰু তাৰকা অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াক বিশ্রাম দিয়াৰ…

কাব্যগুৰু ড° অজিত দত্তলৈ জীৱন জোৰা সাধনা বঁটা

সাহিত্য জগতত অপ্ৰতিৰোধ্য, অপ্ৰতিদ্বন্দী অনিৰূদ্ধ যাত্ৰাৰে নৱম বৰ্ষ অতিক্ৰম কৰা গুৱাহাটীৰ প্ৰথম খবৰ পাব্লিকেশ্যনে অহা ৫ জানুৱাৰীৰ সন্ধিয়া ৫ বজাত গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অসম প্ৰকাশন পৰিষদৰ…

ভাইৰেণ্টি কেম্পত শোকাৱহ ঘটনা, হাৰ্টএটেকত মৃত্যু CRPF জোৱানৰ

মিজোৰামৰ ভাইৰেন্টিস্থিত CRPF কেম্পত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। সহকৰ্মীৰ সৈতে বেডমিণ্টন খেলাৰ সময়তে হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় এজন CRPF জোৱানৰ। মৃত জোৱানজন কাছাৰ জিলাৰ উধাৰবন্দৰ লাওথাই বস্তিৰ বাসিন্দা ৰঞ্জিত সিংহ বুলি চিনাক্ত…

বাংলাদেশত কর্মৰত ভাৰতীয়ৰ ৱর্ক পার্মিট বাতিলৰ দাবী হাদিৰ সংগঠনৰ

নিউজ ডেস্ক, ৩০ ডিচেম্বৰ : বাংলাদেশৰ স্থানীয় সময় অনুসৰি দেওবাৰে নিশা প্রায় ১০ বজাত ঢাকাৰ শ্বাহবাগৰ ওচৰৰ ইনকিলাব মঞ্চৰ ‘সর্বাত্মক অৱৰোধ’ কার্যসূচীৰ পৰাই ৪ দফীয়া দাবীৰ কথা ঘোষণা কৰে সংগঠনটোৱে৷ দাবী পূৰণৰ বাবে দেশখনৰ অন্তর্ৱর্তীকালীন চৰকাৰক…