অতিৰিক্ত শিলভৰ্তি ডাম্পাৰ সোমাল দোকানত
আজি তামাৰহাটৰ বাসন্তীপুৰত দোকানত সোমাই পৰিল এখন শিলভৰ্তি ডাম্পাৰ। শ্ৰীৰামপুৰৰ পৰা ধুবুৰী অভিমুখে গৈ থকা সময়ত শিলভৰ্তি ডাম্পাৰখন নিয়ন্ত্ৰণ হেৰুৱাই দোকানত সোমাই পৰে। ১২৭ নম্বৰ (বি) ৰাষ্ট্ৰীয় পথৰ বাসন্তীপুৰ বজাৰত এই ঘটনা ঘটনা সংঘটিত হয়।…