শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ বিৰাটৰ
সুদীর্ঘ ১৫ বছৰৰ পাছত বিজয় হাজাৰে ট্রফীত প্রত্যাৱর্তন কৰি কিংবদন্তি ক্রিকেটাৰ শচীন তেণ্ডুলকাৰৰ এক অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে৷
প্রতিযোগিতাখনৰ প্রথমখন মেচতেই শতক অর্জন কৰে দিল্লীৰ তাৰকা বেটাৰগৰাকীয়ে৷ অন্ধ্রৰ বিপক্ষে খেলা মেচখনত ১০১টা বলত…