নিষ্ঠাৱান RSSৰ স্বয়ংসেৱক ৰঞ্জিত শৰ্মাৰ দেহাৱসান
ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ জেষ্ঠ স্বয়ংসেৱক, ধুবুৰীৰ সামাজিক জীৱনৰ অতি পৰিচিত নাম ৰঞ্জিত শর্মা আৰু নাই। আজি পুৱতি নিশা তেওঁৰ দেহাবসান ঘটে।
১৯৫৫ চনৰ ১৫ জুনৰ দিনা জন্মা মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭০ বছৰ। পত্নী, এক পুত্ৰ-কন্যাক এৰি থৈ যোৱা…