বিষ্ণু চিনেমা হলত আজি চাৰিটা দৰ্শনীয়েই হাউছফুল : ধুবুৰীত ৰৈ ৰৈ বিনালেৰ ৰেকৰ্ড
আজি মুক্তি পোৱা জুবিন গাৰ্গৰ "ৰৈ ৰৈ বিনালে" ছবিখনে ইতিহাস ৰচিলে ধুবুৰীত। পোন প্ৰথমবাৰৰ বাবে ধুবুৰীৰ ছবিগৃহত এখন বোলছবিৰ চাৰিটা দৰ্শনীৰে প্ৰায় সম্পূৰ্ণ টিকট বিক্রী হৈ গ'ল আগতীয়াকৈ।
উল্লেখ্য যে ধুবুৰী চহৰৰ বিষ্ণু চিনেমা হ'লত চাৰিটা দৰ্শনীত…