আজিৰ দিনটোৰ ৰাশিফল
আজিৰ দিনটোৰ ৰাশিফল
আজি ৩১ অক্টোবৰ, কাতি মাহৰ ১৪ তাৰিখ
শুকুৰবাৰ : তিথি–শুক্লা দশমী, নক্ষত্র : উত্তৰাষাঢ়া, যাত্রা : নাই
মেষ : বন্ধু–বান্ধৱৰ লগত মন খুলি কথা ক’লেও মূল কথা ব্যক্ত নকৰিব৷ কোনো নভবা প্রসংগই আমনি দিব পাৰে৷ বিদ্যাৰ চেষ্টাত সুফল৷…