নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ উদযাপনৰ ৰাজহুৱা সভা আহ্বান

বৃহত্তৰ ঢকুৱাখনা-ৰ শিক্ষানুৰাগী ৰাইজৰ ঐকান্তিক প্রচেষ্টাত ১৯৬৬ চনতে প্রতিষ্ঠা হৈছিল উত্তৰ অসমৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়। ২০২৪ বৰ্ষত স্বায়ত্বশাসিত মহাবিদ্যালয় মৰ্য্যদা লাভকৰা উচ্চ শিক্ষাৰ অনুষ্ঠানখনিয়ে বিগত ৬০ বছৰীয়া…

আজিৰ দিনটোৰ ৰাশিফল (১৯ অক্টোবৰ, ২০২৫)

আহক চাওঁ আজিৰ দিনটো বিভিন্ন ৰাশিৰ বাবে কেনেকুৱা আশা আৰু সাৱধানতা লৈ আহিছে— কৰ্মজীৱন, অৰ্থ, স্বাস্থ্য আৰু পৰিয়ালৰ ক্ষেত্ৰত কাৰ কি লাভ হব আৰু কোন সচেতন হ’ব লাগিব— চাওঁ আহক আজিৰ দিনটোৰ ৰাশিফল মেষ ৰাশি মেষ ৰাশিৰ জাতকে আজি ধৰ্মীয় কাৰ্যত…

বাক্সাৰ দুৰ্ভাগ্যজনক ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিল, অসমৰ সভাপতিৰ

'মই মৌলানা, মই জুবিনৰ গান নুশুনো, তথাপি মই জুবিন অনুৰাগী৷ জুবিন গাৰ্গে ন্যায় পাবই লাগিব৷'- এই মন্তব্য ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিল, অসমৰ সভাপতি মৌলানা উবাইদুৰ ৰহমান কাচিমীৰ। মৌলবীগৰাকীয়ে জুবিন গাৰ্গক ন্যায় দিবলৈ অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড০…

ৰেহাই মূল্যত মিঠাতেল বিতৰণ হয়গ্ৰীৱ মাধৱ মন্দিৰ পৰিচালনা সমিতিৰ

সমাগত পোহৰৰ উৎসৱ দীপাৱলী। মাটি চাকিৰে ভৰি পৰিছে দীপাৱলীৰ বজাৰ। সম্প্ৰতি নিত্য ব্যৱহাৰ্য সা-সামগ্ৰীৰ আকাশলংঘী দামে সৰ্বসাধাৰণ ৰাইজৰ মূৰত মাধমাৰ শোধোৱা পৰিলক্ষিত হৈছে। বজাৰত এতিয়া প্ৰতি লিটাৰ মিঠাতেলৰ দাম প্ৰায় দুশ টকা পাইছে। এনে সময়তে…

শুৱালকুছিৰ পৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ অনুৰাগীৰ পদযাত্ৰা 

অসম আৰু অসমীয়াৰ আৱেগ তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত অস্বাভাৱিক মৃত্যুৰ ন্যায়ৰ দাবী জনাই আহিছে ৰাজ্যবাসীয়ে ৷ সমান্তৰালভাৱে সামাজিক মাধ্যমতো দেখা গৈছে জুবিনৰ ন্যায় বিচাৰি আন্দোলন ৷ সামাজিক মাধ্যমত #JusticeForZubeenGarg লিপিবদ্ধ কৰি…

বিলাসীপাৰাত মটৰচাইকেল আৰোহী প্ৰবক্তাক মহটিয়াই নিলে তীব্ৰবেগী আল্ট্ৰা বাছে

বিলাসীপাৰাৰ সূৰ্যখাতাত ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ভয়াৱহ এই দুৰ্ঘটনাত এগৰাকী প্ৰবক্তাই প্ৰাণ হেৰুৱাবলগীয়া হয়। তীব্ৰবেগী আল্ট্ৰা বাছৰ দৌৰাত্ম্যই জনসাধাৰণক নিজৰ জীৱনক লৈ শংকিত কৰি ৰখাৰ সময়তে এখন যাত্ৰীবাহী তীব্ৰ বেগী…

অপাৰেচন সিন্দূৰ মাত্ৰ এক ট্ৰেইলাৰ, পাকিস্তান এতিয়া ব্ৰাহ্মোছৰ ৰাডাৰত

লক্ষ্ণৌৰ ব্ৰাহ্মোছ এয়াৰ’স্পেচ ইউনিটৰ অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি এক ডাঙৰ ঘোষণা কৰে। তেওঁ কয় যে অপাৰেচন সিন্দূৰে ভাৰতৰ শক্তি আৰু আত্মনিৰ্ভৰতাৰ প্ৰমাণ সম্পূৰ্ণ বিশ্বৰ আগত দাঙি ধৰিছে। তেওঁ লগতে উল্লেখ কৰে— পাকিস্তানৰ প্ৰত্যেক…

‘মোৰ যেতিয়াই জুবিনক কিবা ক’বলগীয়া থাকে, মই তেতিয়াই আহিম…’

কাইলৈ এমাহ হ'ব প্ৰিয় মানুহজনক হেৰুওৱাৰ... বিগত ২৯টা দিনে দুচকুৰে নিগৰিছে কেৱল চকুলো। প্ৰাণাধিক আপোন মানুহজনক হেৰুওৱাৰ বেদনাত প্ৰতিটো পল পাৰ কৰিব লগা হৈছে গৰিমাই। লগতে প্ৰতিক্ষণ ন্যায়প্ৰাপ্তিৰ যুঁজখনত অৱতীৰ্ণ হৈছে গৰিমা শইকীয়া গাৰ্গ। প্ৰিয়…

BJP–BPFৰ মিত্ৰতা চূড়ান্ত, শান্তি-সমন্বয়ৰ দিশত নতুন অধ্যায়

ভাৰতীয় জনতা পাৰ্টী (BJP) আৰু বড়োলেণ্ড পিপল্‌ছ ফ্ৰণ্ট (BPF)-ৰ মাজত পুনৰ মিত্ৰতা চূড়ান্ত হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে যে BTRৰ ১৫খন বিধানসভা আসনক লৈ দুয়ো পক্ষৰ মাজত ইতিমধ্যেই বুজাবুজি সম্পন্ন হৈছে। মুখ্যমন্ত্ৰী ড০…

হয়, মই বিশ্বকাপ খেলিব বিচাৰোঁ… অনুৰাগীলৈ বাৰ্তা হিটমেনৰ

ৰোহিত শর্মাই ২০২৭ চনৰ এদিনীয়া বিশ্বকাপ খেলাৰ বিষয়ে নিজৰ মতামত প্ৰকাশ কৰিছে। তেওঁ কৈছে যে তেওঁ ২০২৭ৰ বিশ্বকাপ খেলিব বিচাৰে। বৰ্তমানে ৰোহিত অষ্ট্ৰেলিয়াত আছে, য'ত কাইলৈৰ পৰা ভাৰতীয় দলে অষ্ট্ৰেলিয়াৰ বিপক্ষে তিনিখন এদিনীয়া মেচ খেলিব। ৰোহিতৰ…