শিলচৰত পুনৰ আৰক্ষীৰ জালত ভুৱা চিকিৎসক
শিলচৰত পুনৰ এজন ভুৱা চিকিৎসক কাছাৰ আৰক্ষীৰ জালত পৰে। এই পৰ্যন্ত কাছাৰ জিলাত মুঠ ১১জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে।
গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান চলাই শিলচৰৰ অম্বিকাপট্টি অঞ্চলৰ পৰা…