আজিৰে পৰা ৰং চেনেলত নতুন ধাৰাবাহিক অদম্য যাত্রাৰ সম্প্রচাৰ
প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্রাইভেট লিমিটেডৰ অন্যতম মনোৰঞ্জনধর্মী চেনেল ৰং৷ বিশ্বাস আৰু প্রতিশ্রুতিৰে জন্মলগ্নৰে পৰা ৰং চেনেল হৈ আহিছে দর্শকৰ প্রথম পছন্দৰ চেনেল৷ প্রতিখন ধাৰাবাহিকৰ প্রতিটো চৰিত্রৰ সপোন, সংগ্রাম আৰু স্বাভিমানে জীপাল কৰি…