জুবিনৰ ৰহস্যজনক মৃত্যু : ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত তদন্ত আয়োগ গঠন
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ঘটনাৰ ক্ষিপ্ৰ আৰু স্বচ্ছ ন্যায়ৰ বাবে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত এখন তদন্ত আয়োগ গঠন কৰা হয়। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তথ্য প্রদান কৰিব পাৰিব আয়োগত।
উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এই তদন্ত আয়োগত দিব পাৰিব জবানবন্দী। ঘটনাত কোনো ব্যক্তি জড়িত হৈ আছিল নেকি, ক’ত হৈছিল গাফিলতি, ষড়যন্ত্ৰ বা…
Read More...