নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

সম্পাদকীয়

সম্পাদকীয় : ৰাজহুৱা পুথিভঁৰাল

ৰাজহুৱা পুথিভঁৰালক এটা সময়ত সমাজৰ বৌদ্ধিক চিন্তাৰ প্রতিফলন হিচাপে মান্যতা দিয়া হৈছিল৷ পুথিভঁৰাল কেৱল কিতাপ সংৰক্ষণ কৰা স্থান নহয়, পুথিভঁৰাল হৈছে জ্ঞানৰ এক মন্দিৰ আৰু এক সাংস্কৃতিক ক্ষেত্র৷ সমাজৰ বৌদ্ধিক ধাৰাক গঢ় দিয়াত ই গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ এইবোৰ কাৰণতে পুথিভঁৰালে সামাজিক মান্যতা লাভ কৰিছিল৷ এই দিশটোৰ কথা মনত ৰাখি অসম চৰকাৰে পুথিভঁৰাল…
Read More...