ক’ভিশ্বিল্ডৰ ট্রায়েলত স্নায়ু ৰোগত আক্রান্ত স্বেচ্ছাসেৱী
নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ ক’ৰোনা ভাইৰাছৰ ভেকচিনৰ পৰীক্ষামূলক প্রয়োগৰ পাছত চেন্নাইৰ এজন ৪০ বছৰীয়া স্বেচ্ছাসেৱীৰ শৰীৰত গুৰুতৰ পার্শ্বক্রিয়া ঘটিছে৷ স্বয়ং ভুক্তভোগীজনে এই অভিযোগ তুলি ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ পৰা ৫ কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰিছে৷
ইতিমধ্যে পুনেস্থিত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়ালৈ আইনী জাননী প্রেৰণ কৰা হৈছে৷ অৱশ্যে তামিলনাডুৰ…
Read More...