১০০ কিলোগ্রাম সোণ, ২৫ কোটি টকা জব্দ আয়কৰৰ
🔹 ৰাজস্থানৰ ব্যৱসায়ীৰ ঘৰত তালাচী
বিশেষ বাৰ্তা, ৫ মে’ : ৰাজস্থানৰ এজন অলংকাৰ ব্যৱসায়ীৰ বাসগৃহত পাঁচ দিন ধৰি অভিযান চলাই আছে আয়কৰ বিভাগে৷ এই অভিযানৰ সময়ত ব্যৱসায়ীজনৰ বাসগৃহৰ পৰা ১০০ কিলোগ্রাম সোণৰ লগতে নগদ ২৫ কোটি টকা উদ্ধাৰ কৰে আয়কৰ বিভাগে৷ কেন্দ্রীয় সংস্থাটোৱে এতিয়ালৈকে ৰাজস্থানৰ ব্যৱসায়ীগৰাকীৰ নাম আনুষ্ঠানিকভাৱে প্রকাশ কৰা নাই৷ দুর্নীতিৰ লগতে…
Read More...