ঢোলৰ ছেৱে ছেৱে নাচি চাকৰি ত্যাগ যুৱকৰ
বিশেষ বাৰ্তা, ২৯ এপ্রিল : কার্যালয়ৰ বাহিৰত বাজিছে ঢোল৷ সেই ঢোলৰ তালত নাচিছে এজন যুৱকে৷ কোনো উৎসৱৰ কাৰণ নহয়, নিজৰ চাকৰি বাদ দিয়াৰ আনন্দতে নাচিছে যুৱকজনে৷ অবাক যেন লাগিলেও এই ঘটনা ঘটিছে পুনেত৷ ‘বিৰক্তিকৰ’ ঊর্ধ্বতন কর্তৃপক্ষৰ পৰা ৰেহাই পাবলৈ এই উদযাপন কৰিছে যুৱকজনে৷ পুনে চহৰৰ যুৱক অনিকেতে তিনি বছৰ ধৰি এটা কোম্পানীত চেলছ এছ’চিয়েট হিচাপে কাম কৰিছিল৷…
Read More...