ইৰানৰ সৈতে ব্যৱসায় কৰিলে ভৰিব লাগিব ২৫ শতাংশ শুল্ক, ট্ৰাম্পৰ ভাবুকি
নিউজ ডেস্ক, ১৩ জানুৱাৰী : এইবাৰ ২৫ শতাংশ শুল্ক আৰোপৰ ভাবুকি দিলে ট্ৰাম্পে। আমেৰিকা-ইৰানৰ মাজত উত্তেজনা অধিক তীব্ৰ হৈ উঠাৰ সময়তে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক গুৰুত্বপূৰ্ণ আৰু কঠোৰ পদক্ষেপৰ কথা ঘোষণা কৰিছে। ইৰানৰ সৈতে ব্যৱসায় কৰা যিকোনো দেশে ইয়াৰ পৰিণাম ভুগিব লাগিব বুলি সকীয়াই দি আমেৰিকাই এনে দেশসমূহৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপৰ ভাবুকি দিয়ে।…
Read More...