ইউক্রেইনক আক্রমণ কৰিব ৰাছিয়াই!
নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ পৰিস্থিতিৰ হঠাতে অৱনতি ঘটিছে৷ যিকোনো মুহূর্ততে ৰাছিয়াই আক্রমণ কৰিব পাৰে ইউক্রেইনৰ ওপৰত৷ ইউক্রেইনত ৰাছিয়াই আক্রমণ চলাব পাৰে বুলি আশংকা কৰিছে আমেৰিকা আৰু ইউৰোপীয় দেশসমূহে৷ উল্লেখনীয় যে ইউক্রেইন সীমান্তত প্রায় ১ লাখ ৰুজ সৈনিক যুদ্ধৰ বাবে সস্তম হৈ আছে৷ ইফালে, টেংক আৰু অন্যান্য সমৰাস্ত্রও সাজু কৰিছে ৰাছিয়াই৷ গতিকে ৰাছিয়াৰ এই…
Read More...