দিল্লী সংঘর্ষঃ গৃহত অগ্ণিসংযোগত জড়িতক ৫ বছৰৰ কাৰাবাস আদালতৰ
নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ ‘কা’ আন্দোলনৰ সময়ত দেশৰ ৰাজধানী নতুন দিল্লীত ২০২০ বর্ষৰ ফেব্রুৱাৰীত সংঘটিত সংঘর্ষত গৃহত অগ্ণিসংযোগ কৰাৰ অপৰাধত দীনেশ যাদৱ নামৰ এজন লোকক বৃহস্পতিবাৰে দিল্লীৰ কাৰকাৰডুমা আদালতে ৫ বছৰৰ কাৰাদণ্ড বিহে৷ উক্ত গোচৰ সন্দর্ভত প্রথমজন ব্যক্তি হিচাপে দীনেশ যাদৱক আদালতে কাৰাদণ্ড বিহিছে৷ উল্লেখ্য যে যোৱা বর্ষৰ ৬ ডিচেম্বৰত অতিৰিক্ত…
Read More...