বিধানসভা নিৰ্বাচনঃ ৰাজনীতিত নামিছে এজনৰ পাছত আনজন আমোলা
উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত সমাগত। এনে সময়ত ইজনৰ পাছত সিজন আমোলাই যোগ দিবলৈ লৈছে ৰাজনীতিত। চাকৰিৰ পৰা স্বেচ্ছাই অৱসৰ লোৱাৰ এদিন পাছতে আই পি এছ বিষয়া অসীম অৰুণে যোগ দিলে বিজেপিত। কাণপুৰৰ আৰক্ষী আয়ুক্ত পদৰ পৰা অৱসৰ গ্ৰহণ কৰি অসীম অৰুণে বিজেপিত যোগ দি আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা টুইটাৰযোগে জনালে।
প্ৰাক্তন আই এ এছ বিষয়া ৰাম…
Read More...