হ’ৰ্ডিং আঁৰি কইনা বিচাৰিছে মহম্মদে
মহম্মদ মালিক, বয়স ২৯ বছৰ। ব্ৰিটেইনত প্ৰতিষ্ঠিত এগৰাকী বিবাহোপযুক্ত যুৱকজনে বিয়া পাতিবলৈ পোৱা নাই কইনা। শেহতীয়াকৈ সংবাদ শিৰোনামলৈ আহিছে পাঞ্জাৱী যুৱকজন। কিন্তু কিয়? মন পছন্দৰ কইনা বিচাৰি হায়ৰান হোৱা যুৱকজনে নতুন আমোদজনক কৌশল অৱলম্বন কৰি সকলোকে ৰস দিছে। মহম্মদৰ মতে, কইনা বিচাৰি বিজ্ঞাপন দিয়া প্ৰথা এতিয়া পুৰণি হ'ল। সেয়ে মহম্মদে আঁৰিছে হ'ৰ্ডিং।…
Read More...