দেশত পুনৰ বৃদ্ধি ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা; ২৪ ঘণ্টাত ৪১,৩৮৩ পজিটিভ
নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ দেশত পুনৰ লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা৷ বিগত দুদিন ধৰি আক্রান্তৰ সংখ্যা এদিনত ৪০ সহস্রাধিক হৈ আছে৷ যোৱা ২৪ ঘণ্টাত দেশজুৰি আক্রান্ত হৈছে ৪১,৩৮৩জন৷ ইয়াকে লৈ দেশত আক্রন্তৰ সংখ্যা ৩.১২ কোটি অতিক্রম কৰিলে৷
আনপিনে মৃতকৰ সংখ্যা তুলনামূলকভাৱে লাহে লাহে হ্রাস পাবলৈ ধৰিছে৷ যোৱা ২৪ ঘণ্টাত মৃত্যু ঘটিছে…
Read More...